মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»এটা দিনত ৩০০ পুৰুষৰ সৈতে ৰোমাঞ্চ কৰি গঢ়িছিল ৰেকৰ্ড, এতিয়া এইগৰাকী পৰ্ণষ্টাৰে বাচি ল’লে বিপজ্জনক প্ৰফেচন!

এটা দিনত ৩০০ পুৰুষৰ সৈতে ৰোমাঞ্চ কৰি গঢ়িছিল ৰেকৰ্ড, এতিয়া এইগৰাকী পৰ্ণষ্টাৰে বাচি ল’লে বিপজ্জনক প্ৰফেচন!

News18 Assam | News18-Assam
Updated:September 26, 2021, 2:21 PM IST
এটা দিনত ৩০০ পুৰুষৰ সৈতে ৰোমাঞ্চ কৰি গঢ়িছিল ৰেকৰ্ড, এতিয়া এইগৰাকী পৰ্ণষ্টাৰে বাচি ল’লে বিপজ্জনক প্ৰফেচন!
প্ৰাপ্তবয়স্ক ছবিৰ পিছত জেছমিনে মল্লযুঁজৰ প্ৰতি আকৰ্ষিত হয় আৰু তেওঁ পেছাদাৰী মল্লযুঁজ আৰম্ভ কৰে

প্ৰাপ্তবয়স্ক ছবিৰ পিছত জেছমিনে মল্লযুঁজৰ প্ৰতি আকৰ্ষিত হয় আৰু তেওঁ পেছাদাৰী মল্লযুঁজ আৰম্ভ কৰে

  • News18 Assam
  • Last Updated: September 26, 2021, 2:21 PM IST
  • Share this:


এডাল্ট ফিল্ম ইণ্ডাষ্ট্ৰী (Adult Film Industry)ত কাম কৰা অভিনেত্ৰীসকলক সাধাৰণতে মানুহে হেয় দৃষ্টিৰে চায়। কিন্তু এডাল্ট কণ্টেণ্ট বনোৱা মডেলসকলে পৰ্ণ ইণ্ডাষ্ট্ৰীক কেৱল নিজৰ কাম হিচাপে গণ্য কৰে। এনেকুৱা এগৰাকী বিখ্যাত পৰ্ণ অভিনেত্ৰীৰ কথা ক’বলৈ লৈছো, যিগৰাকীয়ে এক আজৱ অভিলেখ গঢ়িছিল। এতিয়া এই অভিনেত্ৰীগৰাকীয়ে নিজৰ এডাল্ট ফিল্মৰ কেৰিয়াৰ বাদ দি মল্লযুঁজ (Wrestling)ৰ ক্ষেত্ৰত ভৰি দিছে। অৱশ্যে পুৰণি প্ৰফেচনক লৈ তেওঁৰ কোনো অনুতাপ নাই।

এইগৰাকী অভিনেত্ৰী হ’ল জেছমিন ছেণ্ট ক্লেয়াৰ (Jasmin St. Claire)। জেছমিন ৯০ আৰু ২০০০ৰ দশকত বিখ্যাত পৰ্ণ অভিনেত্ৰী আছিল। বহু প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছে তেওঁ। তেওঁৰ নামত এক আজৱ অভিলেখো আছে। জেছমিনে এটা দিনত ৩০০ পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰি অভিলেখ সৃষ্টি কৰিছিল। অৱশ্যে জেছমিনে কয় যে সেই আজৱ অভিলেখক লৈ তেওঁ কোনো লজ্জাবোধ নকৰে আৰু সেয়া কোনো অনন্য অভিলেখ বুলিও নাভাৱে।

প্ৰাপ্তবয়স্ক ছবিৰ পিছত জেছমিনে মল্লযুঁজৰ প্ৰতি আকৰ্ষিত হয় আৰু তেওঁ পেছাদাৰী মল্লযুঁজ আৰম্ভ কৰে। জেছমিনে কয় যে মল্লযুঁজত অংশ লোৱাৰ বাবে তেওঁ প্ৰশিক্ষণো লৈছে। জেছমিনক এক্সট্ৰীম চেম্পিয়নশ্বিপত দেখাও গৈছিল। যদিও এই প্ৰফেচন সহজ নহয়, তথাপি বাল্যকালৰ পৰাই মল্লযুঁজৰ প্ৰতি থকা চখৰ বাবেই এই সিদ্ধান্ত লয় জেছমিনে। ইমানেই নহয়, জেছেমিনে মল্লযুঁজৰ উপৰি ছবিতো কাম কৰিছেষ জেছমিনে ‘বেড এপল্ছ’ আৰু ‘ডৰ্ম জেড ২’ৰ দৰে ছবিত কাম কৰিছে। জেছমিনে কয় যে তেওঁ পুনৰ পুৰণি প্ৰফেচনলৈ ঘূৰি যাব নিবিচাৰে। কাৰণ বহু সময়ত তেওঁ এই প্ৰফেচনত বিপদৰো সন্মুখীন হৈছে।
Published by: Sanjay Kumar Das
First published: September 26, 2021, 2:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি