• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ২৮ বছৰীয়া এজন যুৱকে জন্ম দিলে সন্তান! ডেটিং চাইটত লগ পোৱা এজন লোকৰ সৈতে কটাইছিল এনিশা

২৮ বছৰীয়া এজন যুৱকে জন্ম দিলে সন্তান! ডেটিং চাইটত লগ পোৱা এজন লোকৰ সৈতে কটাইছিল এনিশা

বেষ্ট বৰ্জিনিয়া(West Virginia, America)ৰ ২৮ বছৰীয়া এচ পেট্ৰিক চেডৰ জন্ম মহিলাৰ ৰূপতে হৈছিল যদিও পিছত পুৰুষ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু ২০২০ৰ ফেব্ৰুৱাৰীত হঠাতে জানিব পাৰে যে, তেওঁ প্ৰেগনেণ্ট।

  • Share this:
বিজ্ঞানৰ উন্নতি হৈ অহাৰ লগে লগে, আমি বহুতো অদ্ভুত কাণ্ডৰ বিষয়ে শুনিবলৈ পাও, যিবোৰৰ বিষয়ে মানুহে সাধাৰণতে কল্পনাই নকৰে। শেহতীয়াকৈ আমেৰিকাত বাস কৰা এজন ট্ৰেন্সজেণ্ডাৰ পুৰুষৰ (American Transgender Man) লগত হ'ল এক আচৰিত কাণ্ড। দৰাচলতে, লোকজনে এটি সন্তান জন্ম দি সকলোকে আচৰিত কৰে।

বেষ্ট বৰ্জিনিয়া(West Virginia, America)ৰ ২৮ বছৰীয়া এচ পেট্ৰিক চেডৰ জন্ম মহিলাৰ ৰূপতে হৈছিল যদিও পিছত পুৰুষ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু ২০২০ৰ ফেব্ৰুৱাৰীত হঠাতে জানিব পাৰে যে, তেওঁ প্ৰেগনেণ্ট।

হৰ্মণ ট্ৰিটমেণ্টৰ জৰিয়তে এনেদৰে জন্ম দিলে সন্তানঃ পিএইচডিৰ ষ্টুডেণ্ট আৰু মেণ্টেল হেলথ ৱৰ্কাৰ হিচাপে কাম কৰা এচে কৈছে যে, তেওঁ এটা ডেটিং এপত এজন অচিনাকী লোকৰ সৈতে এনিশা কটাইছিল। যেতিয়া এছে প্ৰেগ্নেন্সীৰ কথা জানিব পাৰে তেতিয়া আচৰিত হৈ পৰে আৰু হৰ্মণ ট্ৰিটমেণ্ট ৰখাই দিয়ে। কাৰণ তেওঁ সন্তান জন্ম দিব বিচাৰিছিল। আৰু ২০২০ বছৰৰ শেষৰ ফালে ৰোনন নামৰ সন্তানটি জন্ম দিয়ে।
Published by:Himangshu Bhuyan
First published: