এইবাৰ কোলাত লৈ নোৰা ফতেহীক প্ৰেম নিবেদন কৰিলে টেৰেন্সে! চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:October 29, 2020, 10:08 AM IST
এইবাৰ কোলাত লৈ নোৰা ফতেহীক প্ৰেম নিবেদন কৰিলে টেৰেন্সে! চাওক ভিডিঅ’
ৰিয়েলিটী শ্ব’ত নৃত্য কৰিয়েই নোৰাই জিকিছিল দৰ্শকৰ মন। তাৰ পিছত কেইবাখনো হিন্দী ছবিত আইটেম ডান্স কৰি ছাকি গাৰ্ল এতিয়া সকলোৰে প্ৰিয়।

ৰিয়েলিটী শ্ব’ত নৃত্য কৰিয়েই নোৰাই জিকিছিল দৰ্শকৰ মন। তাৰ পিছত কেইবাখনো হিন্দী ছবিত আইটেম ডান্স কৰি ছাকি গাৰ্ল এতিয়া সকলোৰে প্ৰিয়।

  • Share this:
নোৰা ফতেহী। বলীউদত নৃত্যৰ বাবে ডান্স কুইন নামেৰে জনাজাত। নোৰাই যি কৰে সেয়াই ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। সম্প্ৰতি নোৰাৰ সৈতে নাম সাঙোৰ খাই পৰিছে টেৰেন্স লুইছৰ। নৃত্য কৰিবলৈ যোৱাৰ সময়ত ভুলবশতঃ হাত লাগিছিল নোৰাৰ নিতম্বত। সেই ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰে। অৱশেষত টেৰেন্সে নিজৰ ছচিয়েল মিডিয়াত প্ৰকাশ কৰে যে সেয়া ইচ্ছাকৃত নাছিল। তাৰ পিছতহে শাম কাটিছিল বিষয়টো।

সম্প্ৰতি আৰু এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ৰিয়েলিটী শ্ব’ত বিচাৰকৰ আসনত বহি আছে গীতা কাপুৰ আৰু মালাইকা আৰোৰা। এই অনুষ্ঠানতে বিচাৰক নোৰা আৰু টেৰেন্সো।










View this post on Instagram





𝙾𝚖𝚐 𝚗𝚘𝚛𝚊 𝚒𝚜 𝚋𝚕𝚞𝚜𝚑𝚒𝚗𝚐 ♡︎♡︎ ♡︎ ♡︎ ♡︎ ❤︎ ♡︎ ♡︎ ♡︎ ♡︎ ♡︎ ♡︎ #tarasutaria #kiaraadvani #madhuridixit #kritisanon #kareenakapoor #dishapatani #priyankachopra #shahrukhkhan #deepikapadukone #saraalikhan #janhavikapoor #khushikapoor #sonamkapoor #ananyapandey #karishmakapoor #shanayakapoor #aliabhatt #varundhawan #kartikaaryan #salmankhan #ranveersingh #ranbirkapoor #katrinakaif #tarasutariafanclub #tarasutarialove #tarasutariafans


A post shared by вσℓℓу _gαиgѕ🌸 (@bolly_gangs) on




এইবাৰ মঞ্চতে নোৰাক প্ৰেম নিবেদন কৰিলে টেৰেন্সে! ‘পেহলা পেহলা প্যাৰ হ্যে’ গীতত নৃত্য কৰি নোৰাৰ আগত প্ৰকাশ কৰে প্ৰেম! তাৰ পিছত নোৰাক কোলাত তুলি লয় টেৰেন্সে। কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যে সঁচাকৈ নোৰাক ভাল পাই নেকি টেৰেন্সে। যদিও এয়া এক নৃত্যৰ ভিডিঅ’, কিন্তু ইয়াক লৈ ব্যাপক চৰ্চা হৈছে।

ৰিয়েলিটী শ্ব’ত নৃত্য কৰিয়েই নোৰাই জিকিছিল দৰ্শকৰ মন। তাৰ পিছত কেইবাখনো হিন্দী ছবিত আইটেম ডান্স কৰি ছাকি গাৰ্ল এতিয়া সকলোৰে প্ৰিয়। নোৰা সুন্দৰী আৰু ভাল মনৰ মানুহ। যদিও এয়া এক প্ৰচাৰ মাত্ৰ তথাপি ভিডিঅ’টো অত্যন্ত সুন্দৰ। বহুতেই কৈছে – খুব সুন্দৰ নোৰা–টেৰেন্সৰ যুটী।
Published by: Sanjay Kumar Das
First published: October 29, 2020, 10:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading