• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এনে ভুল কেতিয়াও নকৰিব! ঘৰত ৰাখিছে নেকি এইবোৰ সামগ্ৰী? কঢ়িয়াই আনিব অমংগল, আহিব পাৰে দৰিদ্ৰতা!

এনে ভুল কেতিয়াও নকৰিব! ঘৰত ৰাখিছে নেকি এইবোৰ সামগ্ৰী? কঢ়িয়াই আনিব অমংগল, আহিব পাৰে দৰিদ্ৰতা!

 আপোনাৰ ঘৰখন আৰু ঘৰৰ চৌহদত এনে কিছুমান সামগ্ৰী আছে নেকি যাৰ দ্বাৰা বাস্তু শাস্ত্র অনুসৰি অমংগল বুলি ধৰা হয়-

আপোনাৰ ঘৰখন আৰু ঘৰৰ চৌহদত এনে কিছুমান সামগ্ৰী আছে নেকি যাৰ দ্বাৰা বাস্তু শাস্ত্র অনুসৰি অমংগল বুলি ধৰা হয়-

আপোনাৰ ঘৰখন আৰু ঘৰৰ চৌহদত এনে কিছুমান সামগ্ৰী আছে নেকি যাৰ দ্বাৰা বাস্তু শাস্ত্র অনুসৰি অমংগল বুলি ধৰা হয়-

  • Share this:
সাংসাৰিক জীৱন আৰু পেছাদাৰী ক্ষেত্ৰত এনে বহু সমস্যা আছে যিবোৰ সমাধান কৰিবলৈ বহুলোকে জ্যোতিষ আৰু বাস্তু শাস্ত্ৰ (Vastu Tips) আদিৰ সহায় লয়। এইটোও দেখা গৈছে যে জ্যোতিষ আৰু বাস্তু শাস্ত্ৰৰ সহায়ত বহুজন উপকৃতও হৈছে। আপোনাৰ ঘৰখন আৰু ঘৰৰ চৌহদত এনে কিছুমান সামগ্ৰী আছে নেকি যাৰ দ্বাৰা বাস্তু শাস্ত্র অনুসৰি অমংগল বুলি ধৰা হয়-



    • পানী গৈ থকা টেপঃ  আপোনাৰ ঘৰত যদি বন্ধ কৰিলেও পানীৰ পাইপেৰে টোপটোপকৈ পানী পৰি থাকে, ই এক অমংগলৰ চিন। বাস্তু শাস্ত্ৰ মতে, এনে সমস্যা থাকিলে হাতত নৰয় টকা-পইচা। সেইদৰে চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহয়।







    • ঘৰৰ দেৱালত থকা ফাঁটঃ ঘৰৰ দেৱাল বা চাদত যদি ফাঁট মেলিছে, তেন্তে শীঘ্ৰে মেৰামতি কৰাই লওক। ঘৰৰ বাবে অমংগল বুলি বিশ্বাস কৰা হয়। ই ধন, অৰ্থ, গৃহক প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ কৰে বুলি বাস্তু শাস্ত্ৰই কয়।







    • ৰত ভঙা চিঙা আইনা বা কাচৰ টুকুৰাঃ  ভঙা অৱস্থাত আইনা ঘৰত ৰাখিলে বা ব্যৱহাৰ কৰিলে ঘৰখনত অশুভ শক্তিৰে ভৰি পৰিব পৰে বুলি শংকা প্ৰকাশ কৰা হয়।







    • ঘৰৰ চুকত বাদুলিৰ বাহ লোৱাঃ ঘৰলৈ বাদুলিৰ অহা বা ঘৰৰ চুকত বাদুলিয়ে বাহ লোৱাটো এক অমংগলৰ চিন। আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব পাৰে বুলি শংকা কৰা হয়।





  • ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভঃ  ঘৰখন মকৰা জালেৰে ভৰি থাকিলে, আহিব লগা ধন সম্পদ হাত লগাৰ আগেয়ে হেৰাই যাব। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে, অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব।

Published by:Himangshu Bhuyan
First published: