• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Rose: গোলাপ ফুল কেৱল প্ৰেমৰ চিন নহয়! আৰ্থিক সমস্যা সমাধানৰ বাবে গোলাপ ফুল এনেদৰে ব্যৱহাৰ কৰক...

Rose: গোলাপ ফুল কেৱল প্ৰেমৰ চিন নহয়! আৰ্থিক সমস্যা সমাধানৰ বাবে গোলাপ ফুল এনেদৰে ব্যৱহাৰ কৰক...

আপুনি এনেদৰে ব্যৱহাৰ কৰিব পাৰে গোলাপ ফুল!

আপুনি এনেদৰে ব্যৱহাৰ কৰিব পাৰে গোলাপ ফুল!

আপুনি এনেদৰে ব্যৱহাৰ কৰিব পাৰে গোলাপ ফুল!

  • Share this:
ফুলৰ ৰাণী গোলাপ! গোলাপ ফুলক সাধাৰণতে প্ৰেমৰ ফুল বুলি কোৱা হয়। বিভিন্ন সময়ত প্ৰেমিক প্ৰেমিকাই ইজনে আনজনক গোলাপ ফুল উপহাৰ হিচাপে দিয়া দেখা যায়। কিন্তু গোলাপ ফুলৰ আন কিছুমান আলকৌক কৌশলৰ বিষয়ে জানেনে?

আপুনি এনেদৰে ব্যৱহাৰ কৰিব পাৰে গোলাপ ফুল!

আপুনি জানেনে যে গোলাপৰ পাহিয়ে আপোনাক জীৱনৰ নানা আঘাতৰ পৰা ৰক্ষা কৰিব পাৰে? কেৱল এয়াই নহয়, এই গোলাপৰ সহায়ত আপুনি আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। গোলাপৰ কিছুমান কৌশলে মানুহক ধনৰ লগতে বহু সমস্যাৰ পৰাও ৰক্ষা কৰে।

  • ঘৰখন সদায় সুখী কৰি ৰাখিবলৈ মঙলবাৰে ৰঙা চন্দন, ৰঙা গোলাপ আৰু ৰোলী ৰঙা কাপোৰত বান্ধি দেৱতাক আগবঢ়াই দিব লাগে।

  • আৰ্থিক ভাৱে দুৰ্বল হ'লে শুকুৰবাৰে সন্ধিয়া গোলাপ ফুলেৰে পূজা কৰক। গোলাপ ফুল বাকচ বা আলমাৰীত ৰাখক। এনে কৰিলে মা লক্ষ্মীৰ কৃপা অটুট থাকিব আৰু ঘৰত টকা-পইচাৰ অভাৱ নহ’ব।

  • ঘৰৰ সুখ নোহোৱা হ’লে পাঁচপাহ ৰঙা গোলাপ লৈ বগা কাপোৰ এখনৰ চাৰিটা চুকত বান্ধিব লাগে।

  • যদি ঘৰৰ কোনো সদস্য দীৰ্ঘদিন অসুস্থ হৈ থাকে তেন্তে এখন পাণত গোলাপ আৰু কেৰেলা লৈ সাতবাৰ জ্বলাই দিব লাগে। এনে কৰিলে ৰোগীৰ স্বাস্থ্য উপকৃত হ’ব বুলি বিশ্বাস কৰা হয়।


Disclaimer : ইয়াত দিয়া তথ্যসমূহ কেৱল অনুমান আৰু সাধাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। ইয়াত উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ যে News18 অসম নৰ্থইষ্টে কোনো কুসংস্কাৰ আৰু অন্ধবিশ্বাসক সমৰ্থন নকৰে। কোনো তথ্য বা অনুমান প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ লওক।
Published by:Himangshu Bhuyan
First published: