মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »৩১ ডিচেম্বৰৰ পিছত বন্ধ হ’ব আপোনাৰ বেংক একাউণ্ট! তাৰ পূৰ্বে কৰক এই কাম

৩১ ডিচেম্বৰৰ পিছত বন্ধ হ’ব আপোনাৰ বেংক একাউণ্ট! তাৰ পূৰ্বে কৰক এই কাম

অন্যথা নতুন বছৰত আপোনাৰ বেংক একাউণ্টৰ জৰিয়তে কোনো লেনদেন কৰিব নোৱাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৩১ ডিচেম্বৰ ২০২১লৈ নিজৰ কেৱাইচি নকৰা গ্ৰাহকৰ বিৰুদ্ধে গ্ৰহণ কৰিব।

অন্যথা নতুন বছৰত আপোনাৰ বেংক একাউণ্টৰ জৰিয়তে কোনো লেনদেন কৰিব নোৱাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৩১ ডিচেম্বৰ ২০২১লৈ নিজৰ কেৱাইচি নকৰা গ্ৰাহকৰ বিৰুদ্ধে গ্ৰহণ কৰিব।

অন্যথা নতুন বছৰত আপোনাৰ বেংক একাউণ্টৰ জৰিয়তে কোনো লেনদেন কৰিব নোৱাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৩১ ডিচেম্বৰ ২০২১লৈ নিজৰ কেৱাইচি নকৰা গ্ৰাহকৰ বিৰুদ্ধে গ্ৰহণ কৰিব।

  • Share this:
নতুন বছৰটোত মানুহৰ জীৱনশৈলীলৈ বহু পৰিৱৰ্তন দেখা যাব। বিশেষকৈ বিত্তীয় সম্বন্ধীয় বহু সালসলনি হ’বলৈ গৈ আছে নতুন বছৰটোত। এই নিয়মৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সালসলনি হ’ল বেংক একাউণ্ট। কিয়নো ৩১ ডিচেম্বৰৰ পূৰ্বে আপুনি আপডেট কৰক বেংক একাউণ্ট। বিশেষকৈ কেৱাইচি আপডেট নিশ্চিতভাৱে কৰাই লওক। কিয়নো ১ জানুৱাৰী ২০২২ত যিসমূহ একাউণ্টত কেৱাইচি আপডেট হোৱা নাই সেয়া বেংকে জব্দ কৰিব পাৰে। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই কেৱাইচিক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

সেইবাবে আপোনাৰ হাতত সময় নাই। যদি আপুনি বেংকৰ একাউণ্টৰ কেৱাইচি কৰা নাই তেন্তে শীঘ্ৰে কৰি লওক। অন্যথা নতুন বছৰত আপোনাৰ বেংক একাউণ্টৰ জৰিয়তে কোনো লেনদেন কৰিব নোৱাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৩১ ডিচেম্বৰ ২০২১লৈ নিজৰ কেৱাইচি নকৰা গ্ৰাহকৰ বিৰুদ্ধে গ্ৰহণ কৰিব।

আৰবিআইৰ গাইডলাইন (RBI KYC guidelines)

ৰিজাৰ্ভ বেংকে এই বৰ্ষৰ মে’ মাহত সকলো বেংকলৈ এক ছাৰ্কুলাৰ প্ৰেৰণ কৰিছিল। ছাৰ্কুলাৰত আৰবিআয়ে কৈছিল যে দেশৰ বিভিন্ন প্ৰান্তত থকা কোভিড সম্পৰ্কীয় বাধ্যবাধকতাৰ বাবে ৩১ ডিচেম্বৰ ২০২১লৈ নিষেধাজ্ঞা আৰোপ কৰা নহয়।

কেৱাইচি আপডেট কৰাৰ প্ৰয়োজনীয়তা কেৱল বেংকৰ বাবেই নহয়, প্ৰতিটো ৰেগুলেটেড ফাইনেন্সিয়েল প্ৰতিষ্ঠানৰ বাবে, কিয়নো এয়া এণ্টি মানি লণ্ড্ৰিং আইনৰ অংশ। এই প্ৰতিষ্ঠানৰ ভিতৰত ফাইনেন্স কোম্পানী, মিউচুৱেল ফাণ্ড, ব্ৰোকিং হাউছ আৰু ডিপ’জিটৰী অন্তৰ্ভুক্ত।

KYCৰ বাবে প্ৰয়োজনীয় নথি (KYC documents list)

যদি আপুনি নিজৰ একাউণ্টৰ কেৱাইচি আপডেটৰ বাবে বেংকলৈ যায় তেন্তে লগত আপোনাৰ প্ৰয়োজনীয় নথি নিবলৈ নাপাহৰিব। ইয়াৰ ভিতৰত পাছপ’ৰ্ট, ভোটাৰ আইডি কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড, এমজিএনৰেগা কাৰ্ড বা পেন কাৰ্ড হ’ব পাৰে। আপুনি ঘৰতে বহিও অনলাইনৰ মাধ্যমত এই কাম কৰিব পাৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি