আপোনাৰ ঘৰত থকা সোণৰ গহনাৰ ওপৰত বেংকৰ চকু, কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা

News18 Assam | News18-Assam
Updated:January 7, 2020, 2:42 PM IST
আপোনাৰ ঘৰত থকা সোণৰ গহনাৰ ওপৰত বেংকৰ চকু, কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা
Source-Google

ঘৰত থকা আপোনাৰ সোণৰ ওপৰত নজৰ থাকিব বেংকৰ!

  • Share this:
ঘৰত থকা আপোনাৰ সোণৰ ওপৰত নজৰ থাকিব বেংকৰ। ঘৰত থকা সোণ বেংকত ৰখাৰ বিশেষ নিৰ্দেশ! CNBC–আৱাজে পোৱা খবৰ অনুসৰি বিত্তমন্ত্ৰণালয়ে বেংক সমূহক কৈছে যে, তিনিমাহৰ অন্তৰালত বেংকে স্থিৰ কৰক  ‘Gold Monetization Scheme’ আঁচনিৰ অধীনত কিমান সোণ গ্ৰাহকৰ পৰা জমা কৰিব লাগিব। বিত্তমন্ত্ৰণালয়ে প্ৰত্যেক তিনিমাহৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ বেংকক নিৰ্দেশ দিছে।

সুত্ৰ অনুসৰি, এই বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয় আৰু গ’ল্ড চেক্টৰৰ মাজত বৈঠক অনুষ্ঠিত হয়। ‘Gold Monetization Scheme’ৰ বাবে এটা পৰ্টেল খোলাৰো ব্যৱস্থা কৰিছে মন্ত্ৰণালয়ে।
First published: January 6, 2020, 4:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading