KBC 11:কেতিয়াবা ১০ টকা বিচাৰি হাবাথুৰি খোৱা শৰ্মিষ্ঠাই জয়লাভ কৰিলে লাখৰো অধিক টকা

Koun Banega Crorepati ৰ একাদশ ছিজনত বিহাৰৰ শৰ্মিষ্ঠাই জয় কৰিলে বহুতৰে হৃদয়

News18-Assam
Updated:October 30, 2019, 7:11 PM IST
KBC 11:কেতিয়াবা ১০ টকা বিচাৰি হাবাথুৰি খোৱা শৰ্মিষ্ঠাই জয়লাভ কৰিলে লাখৰো অধিক টকা
Koun Banega Crorepati ৰ একাদশ ছিজনত বিহাৰৰ শৰ্মিষ্ঠাই জয় কৰিলে বহুতৰে হৃদয়
News18-Assam
Updated: October 30, 2019, 7:11 PM IST
Sony Tv ত সম্প্ৰচাৰিত হোৱা মোগাষ্টাৰ অমিতাভ বচ্চনে পৰিচালনা কৰা Koun Banega Crorepati ৰ একাদশ ছিজনত বিহাৰৰ শৰ্মিষ্ঠা নামৰ এগৰাকী যুৱতীয়ে জয় কৰিছে বিভিন্ন জনৰ হৃদয়।

শৰ্মিষ্ঠাই কয় যে, ‘ যেতিয়া দেউতাৰ সন্মুখত এটা কলম কিনিবলৈ ১০ টকা বিচাৰি থিয় হও আৰু দেউতাই দিব নোৱাৰে, তেতিয়া কেনে লাগে, সেই কথা ভাষাৰে বুজাই ক’ব নোৱাৰি। মোৰ দেউতাই আৰ্থিক অনাতন দূৰ কৰিবৰ কাৰণে কিমান কষ্ট কৰে, সেই কথা মোৰ পৰিয়ালৰ সকলোৱে জানে। দেউতাৰ কষ্ট দেখিয়েই মই সিদ্ধান্ত লৈছিলো যে ঘৰ খনক মই কিছু পৰিমাণে সহায় কৰিম। আৰু আজি যেতিয়া দৰমহা পাও, নিজৰ লগত এটকাও নাৰাখি দেউতাক দিও। আৰু প্ৰয়োজনৰ সময়ত মই দেউতাৰ পৰা খোজো। আমাৰ আৰ্থিক সংকট আছে যদিও, মৰম,স্নেহৰ ক্ষেত্ৰত আমি বহুত ধনী।’

শৰ্মিষ্ঠাই KBC ত ৬.৪০ লাখ টকা জয় কৰে।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি