নতুন বছৰত এটা ভাল খবৰ! হ্ৰাস পালে TV ৰিচাৰ্জৰ মূল্য

News18 Assam | News18-Assam
Updated:January 2, 2020, 1:47 PM IST
নতুন বছৰত এটা ভাল খবৰ! হ্ৰাস পালে TV ৰিচাৰ্জৰ মূল্য
Source-Google

TRAI–এ লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

  • Share this:
Telecom Regulatory Authority of India,চমুকৈ TRAI এ সংশোধন ঘটাইছে DTH ৰ বহুকেইটা ৰোল। এইবাৰ গ্ৰাহকৰ সুবিধা হোৱাকৈ TRAIএ লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। TRAIএ NCF চাৰ্জ হ্ৰাস কৰাৰ লগতে, বহুকেইটা ‘long Term’ প্লেনত ডিচকাউণ্ড দিছে। বিগত বছৰো TRAIএ কিছু পৰিমাণে সংশোধন ঘটাইছিল DTH ৰোল।

হ্ৰাস পালে TV ৰিচাৰ্জৰ নিৰিখ। ২০০ টা চেনেলৰ বাবে সৰ্বাধিক NCF ৰিচাৰ্জ ১৩০ টকা ধাৰ্য কৰা হৈছে। সেইদৰে মাহত টেক্স সহ ১৬০ টকা ৰিচাৰ্জ কৰি লাভ কৰিব সকলো ফ্ৰী চেনেল।
১ মাৰ্চৰ পৰা DTHৰ এই নতুন নিৰিখ কাৰ্যকৰী হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি