২৫ জুলাইৰ প্ৰথম খেলত ডমিনিকান ৰিপাব্লিকৰ বক্সাৰ হাৰ্ণাণ্ডেজ গ্ৰেছিয়া মিগুলিনাক ৪-১ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল মেৰীকমে।
২৫ জুলাইৰ প্ৰথম খেলত ডমিনিকান ৰিপাব্লিকৰ বক্সাৰ হাৰ্ণাণ্ডেজ গ্ৰেছিয়া মিগুলিনাক ৪-১ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল মেৰীকমে।
টকিঅ’ অলিম্পিকৰ পৰা বিদায় ল’লে মেৰীকমে। আজি অনুষ্ঠিত হোৱা প্ৰি–কোৱাৰ্টাৰত পৰাস্ত হয় মেৰীকম। মহিলাৰ ফ্লাইৱেটত কলম্বিয়ান বক্সাৰ ইগনীট ভালেন্সিয়াৰ হাতত পৰাস্ত হয় মেৰীকম।
২৫ জুলাইৰ প্ৰথম খেলত ডমিনিকান ৰিপাব্লিকৰ বক্সাৰ হাৰ্ণাণ্ডেজ গ্ৰেছিয়া মিগুলিনাক ৪-১ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল মেৰীকমে। কিন্তু সপোন পূৰণ নহ’ল মেৰীকমৰ।
আজিৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত ৫১ কেজি শাখাত বিশ্ব ৰেংকিঙৰ অষ্টম স্থানৰ কলম্বিয়ান বক্সাৰ ইগনীট ভালেন্সিয়া ভিক্টোৰিয়াৰ হাতত ৩–২ৰ ব্যৱধানত পৰাস্ত হয় ২০১২ চনৰ লণ্ডন অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী এম চি মেৰীকম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|