• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Tokyo Olympics : টকিঅ’ত ইতিহাস ৰচাৰ দিশে অসম কন্যা লাভলীনা, ভাৰতৰ ক্ৰীড়াৰ বাবে এক ঐতিহাসিক দিন!

Tokyo Olympics : টকিঅ’ত ইতিহাস ৰচাৰ দিশে অসম কন্যা লাভলীনা, ভাৰতৰ ক্ৰীড়াৰ বাবে এক ঐতিহাসিক দিন!

লাভলীনাই ছেমি ফাইনেলত তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে যুঁজ দিব।

লাভলীনাই ছেমি ফাইনেলত তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে যুঁজ দিব।

লাভলীনাই ছেমি ফাইনেলত তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে যুঁজ দিব।

  • Share this:
Tokyo Olympicsত আজিৰ দিনটো ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। আজি অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁয়ে (Lovlina Borgohain) ফাইনেলৰ বাবে যুঁজ দিব। লাভলীনাক লৈ আশাবাদী সমগ্ৰ দেশবাসী। লাভলীনাই ছেমি ফাইনেলত তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে যুঁজ দিব।

লাভলীনাই ডিফেণ্ডিং তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৬৯ কিলোগ্ৰাম ছেমি ফাইনেলত জয়লাভ কৰি অলিম্পিকৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় বক্সাৰ হ'বলৈ চেষ্টা কৰিব। অসমৰ ২৩ বছৰীয়া লাভলীনাই ইতিহাস ৰচনা কৰাৰ দুৱাৰমুখত থিয় দিছে। তেওঁৰ পদকটো যোৱা ন বছৰত বক্সিঙত ভাৰতৰ প্ৰথম পদক হ'ব কিন্তু তেওঁৰ লক্ষ্য হ'ব এতিয়া ফাইনেলত উপনীত হোৱা য'ত এতিয়ালৈকে কোনো ভাৰতীয় উপনীত হোৱা নাই।

আনহাতে, ভাৰতীয় মহিলা হকী দলেও (Indian Womens Hockey Team) প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব। 
Published by:Sanjay Kumar Das
First published: