உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • সকলোৰে আশা লাভলীনাই জিলিকাই তুলিব লুইতৰ দুয়োপাৰ ! লাভলীনালৈ শুভেচ্ছা জনাই শুৱালকুছিত SASৰ বিশেষ কাৰ্যসূচী...

    সকলোৰে আশা লাভলীনাই জিলিকাই তুলিব লুইতৰ দুয়োপাৰ ! লাভলীনালৈ শুভেচ্ছা জনাই শুৱালকুছিত SASৰ বিশেষ কাৰ্যসূচী...

    টকিঅ' অলিম্পিকত বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই। বক্সাৰ লাভলীনা বৰগোঁহাইৰ সফলতা কামনাৰে sports academy of sualkuchi এ ক'ভিড প্ৰটকলৰ মাজেৰে আয়োজন কৰে শুভেচ্ছামূলক অনুষ্ঠান।

    • Share this:

    শুৱালকুছি মাধৱক্ষেত্ৰ খেলপথাৰত একাডেমীখনৰ ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে শুভেচ্ছামূলক শ্লোগান লিখা বেনাৰ লৈ সুন্দৰ পৰিবেশ গঢ়ি তোলে। শাৰীৰিক শিক্ষা নিৰ্দেশক দিলীপ মেধিয়ে মুকলি কৰে signature campaing অনুষ্ঠান। লাভলীনাৰ লগতে অলিম্পিকত অংশগ্ৰহন কৰিবলগীয়া প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈলৈ শুভকামনা জ্ঞাপন কৰে একাডেমীখনৰ খেলুৱৈসকলে।
    Published by:Kokil Sarma
    First published: