টকিঅ' অলিম্পিকত বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই। বক্সাৰ লাভলীনা বৰগোঁহাইৰ সফলতা কামনাৰে sports academy of sualkuchi এ ক'ভিড প্ৰটকলৰ মাজেৰে আয়োজন কৰে শুভেচ্ছামূলক অনুষ্ঠান।

শুৱালকুছি মাধৱক্ষেত্ৰ খেলপথাৰত একাডেমীখনৰ ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে শুভেচ্ছামূলক শ্লোগান লিখা বেনাৰ লৈ সুন্দৰ পৰিবেশ গঢ়ি তোলে। শাৰীৰিক শিক্ষা নিৰ্দেশক দিলীপ মেধিয়ে মুকলি কৰে signature campaing অনুষ্ঠান। লাভলীনাৰ লগতে অলিম্পিকত অংশগ্ৰহন কৰিবলগীয়া প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈলৈ শুভকামনা জ্ঞাপন কৰে একাডেমীখনৰ খেলুৱৈসকলে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|