দীপাৱলীত নিজৰ ছোৱালীক দিয়ক এই উপহাৰ, ২৫০ টকাৰে একাউণ্ট খুলিলে চৰকাৰে দিব ৫০ লাখ টকা!

দীপাৱলীৰ সময়ত আপুনি নিজৰ ছোৱালীক উপহাৰ দিব বিচাৰিছে যদি সুকন্যা সমৃদ্ধি যোজনাত বিনিয়োগ কৰক ধন

News18-Assam
Updated:October 26, 2019, 8:02 PM IST
দীপাৱলীত নিজৰ ছোৱালীক দিয়ক এই উপহাৰ, ২৫০ টকাৰে একাউণ্ট খুলিলে চৰকাৰে দিব ৫০ লাখ টকা!
দীপাৱলীৰ সময়ত আপুনি নিজৰ ছোৱালীক উপহাৰ দিব বিচাৰিছে যদি সুকন্যা সমৃদ্ধি যোজনাত বিনিয়োগ কৰক ধন
News18-Assam
Updated: October 26, 2019, 8:02 PM IST
দীপাৱলীৰ সময়ত আপুনি নিজৰ ছোৱালীক উপহাৰ দিব বিচাৰিছে যদি সুকন্যা সমৃদ্ধি যোজনাত বিনিয়োগ কৰক ধন। চৰকাৰে এই যোজনাৰ জৰিয়তে পাব লগা ধনৰ সুতৰ হাৰ ৮.৬ শতাংশলৈ বৃদ্ধি কৰিছে। এই আচঁনিৰ বাবে একাউণ্ট খুলিবলৈ প্ৰয়োজন মাত্ৰ ২৫০ টকা। যি আগতে আছিল ১০০০ টকা। এই আচঁনিখনৰ জৰিয়তে কন্যা সন্তান আৰ্থিক ভাবে লাভান্বিত হ’ব পাৰিব। এই যোজনাই ছোৱালীৰ জন্মৰ পৰা বিবাহ পৰ্যন্ত সামৰি লয়।
ক’ত খুলিব একাউণ্ট– সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট ডাকঘৰত খুলিব লাগিব। ৰাষ্ট্ৰীয়কৃত বেংকতো অৱশ্যে আছে একেধৰণৰ সুবিধা।

 
আৰু চাওক পৰৱৰ্তী বাতৰি