সুবাসনা দত্তৰ বাসগৃহত চোৰৰ লুটপাত

News18-Assam
Updated:May 29, 2019, 11:13 AM IST
সুবাসনা দত্তৰ বাসগৃহত চোৰৰ লুটপাত
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ বাসগৃহত সংঘটিত হৈছে চুৰিকাণ্ড । কণ্ঠশিল্পী গৰাকীৰ গুৱাহাটীৰ বৰসজাইত থকা ঘৰত সংঘটিত হৈছে এই ঘটনা।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ বাসগৃহত সংঘটিত হৈছে চুৰিকাণ্ড । কণ্ঠশিল্পী গৰাকীৰ গুৱাহাটীৰ বৰসজাইত থকা ঘৰত সংঘটিত হৈছে এই ঘটনা।

  • Share this:
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ বাসগৃহত সংঘটিত হৈছে  চুৰিকাণ্ড । কণ্ঠশিল্পীগৰাকীৰ গুৱাহাটীৰ বৰসজাইত থকা ঘৰত সংঘটিত হৈছে এই ঘটনা। গ্ৰীল ভাঙি সুবাসনাৰ বাসগৃহত প্ৰৱেশ কৰিছিল চোৰে। বিভিন্ন মূল্যবান সামগ্ৰী নষ্ট কৰাৰ লগতে কণ্ঠশিল্পীগৰকীৰ CCTVও খুলি লৈ যায় চোৰৰ দলে। অৱশ্যে চোৰে নিব নোৱাৰিলে কোনো মূল্যবান সামগ্ৰী। ঘটনাৰ পিছত এতিয়া তীব্ৰ নিৰাপত্তাহীনতাত ভুগিছে সুৱাসনা দত্ত।



উল্লেখ যোগ্য যে বৰ্তমান ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত ব্যস্ত থকা সুবাসনা কেইদিনমান পূৰ্বে  এক পথ দূৰ্ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল।
First published: May 29, 2019, 8:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি