• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Optical Illusion: জিনিয়াছৰ বাবে হাতত মাত্ৰ ৪০ ছেকেণ্ড, এই সময়তে বিচাৰি উলিয়াওক তলৰ ছবিত অলেখ কাছৰ মাজত এডাল সাপ

Optical Illusion: জিনিয়াছৰ বাবে হাতত মাত্ৰ ৪০ ছেকেণ্ড, এই সময়তে বিচাৰি উলিয়াওক তলৰ ছবিত অলেখ কাছৰ মাজত এডাল সাপ

কামটো চাবলৈ গ'লে সহজ যেন লাগিব পাৰে, কিন্তু কেৱল কেইজনমান লোক আছে যিয়ে প্ৰদত্ত সময়ত ইয়াৰ সমিধান উলিয়াইছে।

কামটো চাবলৈ গ'লে সহজ যেন লাগিব পাৰে, কিন্তু কেৱল কেইজনমান লোক আছে যিয়ে প্ৰদত্ত সময়ত ইয়াৰ সমিধান উলিয়াইছে।

কামটো চাবলৈ গ'লে সহজ যেন লাগিব পাৰে, কিন্তু কেৱল কেইজনমান লোক আছে যিয়ে প্ৰদত্ত সময়ত ইয়াৰ সমিধান উলিয়াইছে।

  • Share this:
ছ'চিয়েল মিডিয়াত ভাইৰেল এখন অপ্টিকেল ইলিউচনৰ ছবি। মানুহৰ মনোযোগ আকৰ্ষণ কৰা এই ছবিখনে ইণ্টাৰনেটত বহুতকে বিভ্ৰান্ত কৰা দেখা গৈছে। এই ফটোখনত আপুনি বহুতো কাছ দেখিব। কিন্তু তাৰ মাজতে আছে আমি সোধা প্ৰশ্নটোৰ উত্তৰ। এই ফটোখনত এডাল সাপ লুকাই আছে আৰু আপুনি ইয়াক বিচাৰি উলিয়াব লাগিব (Optical Illusion)।

৪০ ছেকেণ্ড
এডাল সাপ বিচাৰি পোৱাৰ আগতে জানিবলৈ এটা কথা অতি গুৰুত্বপূৰ্ণ কথা আৰু সেয়া হ'ল আপুনি এই ফটোখন চাই মাত্ৰ ৪০ ছেকেণ্ডত সাপডাল বিচাৰি উলিয়াব লাগিব। কামটো চাবলৈ গ'লে সহজ যেন লাগিব পাৰে, কিন্তু কেৱল কেইজনমান লোক আছে যিয়ে প্ৰদত্ত সময়ত ইয়াৰ সমিধান উলিয়াইছে। টাইমাৰ ছেট কৰি চাওক আপুনি পাৰে নেকি?

সাৱধানতাৰে লক্ষ্য কৰক
যদি আপুনি ফটোখন (Viral Photo) অতি সাৱধানে চায়, আপুনি ইয়াক সমাধান কৰিবলৈ সক্ষম হ'ব। কেৱল আপোনাৰ সকলো মনোযোগ একাগ্ৰতা ফটোৰ ফালে কেন্দ্ৰীভূত কৰক আৰু ইয়াক নিৰন্তৰ চাই থাকক। যদি আপুনি সাপটো বিচাৰি পাইছে, অভিনন্দন আপুনি প্ৰতিভাশালী লোকৰ তালিকাত যোগদান কৰিছে। কিন্তু যদি আপুনি সাপটো দেখা নাপায়, তলৰ ছবিখন চাওক আৰু এই ভ্ৰমৰ উত্তৰ চাওক।

কেনেকৈ জানিব যে এয়া এডাল সাপ?



এই ফটোখন চালে আপুনি জানিব যে এটা কাছৰ ডিঙি অলপ বেলেগ দেখায়। কেৱল সেয়াই নহয়, অতি সাৱধানে চাওঁতে আপুনি দেখিব যে ইয়াৰ জিভাও বাহিৰ হৈছে, যাৰ অৰ্থ হৈছে যে ই কাছ নহয় কিন্তু এডাল সাপ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি