Youtube এ বন্ধ কৰি দিব বুজন পৰিমাণৰ একাউণ্ট, বিপদত পৰিব নেকি Youtuber
News18-Assam Updated:November 12, 2019, 2:58 PM IST

Source-Google
ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম Youtube এ সলনি কৰিছে বিশেষ কিছু নীতি–নিৰ্দেশনা
- News18 Assam
- Last Updated: November 12, 2019, 2:58 PM IST
কণ্টেন্ট ক্ৰিয়েটৰে Youtube ৰ সেৱাৰ নতুন চৰ্তৰ ওপৰত বিবেচনা কৰিছে। নতুন চৰ্ত অনুসৰি পূৰ্বৰ ব্যৱহাৰকাৰীৰ একাউণ্ট ব্যৱসায়িকভাৱে ব্যৱহৃত নহ’লে সেই একাউণ্ট সমূহ বন্ধ কৰিব। অৰ্থাৎ আপোনাৰ একাউণ্টৰ পৰা Youtubeৰ যদি লাভ নহয়,তেন্তে সেয়া আঁতৰাই পেলাব।
