Youtube এ বন্ধ কৰি দিব বুজন পৰিমাণৰ একাউণ্ট, বিপদত পৰিব নেকি Youtuber

News18-Assam
Updated:November 12, 2019, 2:58 PM IST
Youtube এ বন্ধ কৰি দিব বুজন পৰিমাণৰ একাউণ্ট, বিপদত পৰিব নেকি Youtuber
Source-Google

ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম  Youtube এ সলনি কৰিছে বিশেষ কিছু নীতি–নিৰ্দেশনা

  • Share this:
ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম  Youtube এ সলনি কৰিছে বিশেষ কিছু নীতি–নিৰ্দেশনা। নতুন Policy অনুসৰি Youtube এ বন্ধ কৰিব লাভ নোহোৱা একাউণ্ট।

কণ্টেন্ট ক্ৰিয়েটৰে  Youtube ৰ সেৱাৰ নতুন চৰ্তৰ ওপৰত বিবেচনা কৰিছে। নতুন চৰ্ত অনুসৰি পূৰ্বৰ ব্যৱহাৰকাৰীৰ একাউণ্ট ব্যৱসায়িকভাৱে ব্যৱহৃত নহ’লে সেই একাউণ্ট সমূহ বন্ধ কৰিব। অৰ্থাৎ আপোনাৰ একাউণ্টৰ পৰা Youtubeৰ যদি লাভ নহয়,তেন্তে সেয়া আঁতৰাই পেলাব।



১০ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব Youtube ৰ এই নতুন চৰ্ত। ইতিমধ্যে বিগত সপ্তাহৰ পৰা Youtube এ ব্যৱহাৰকাৰী সকলক এই সন্দৰ্ভত মেইল যোগে অৱগত কৰোৱা কাম আৰম্ভ কৰিছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি