Windows7ত হ’ব পাৰে ভাইৰাছ Attack, ১৪ জানুৱাৰীৰ পিছত কৰিব নোৱাৰিব আপডেট

News18 Assam | News18-Assam
Updated:January 4, 2020, 12:33 PM IST
Windows7ত হ’ব পাৰে ভাইৰাছ Attack, ১৪ জানুৱাৰীৰ পিছত কৰিব নোৱাৰিব আপডেট
এই মাহৰ পৰা Windows7ৰ আপডেট কৰিব পৰা নহ’ব।

এই মাহৰ পৰা Windows7ৰ আপডেট কৰিব পৰা নহ’ব।

  • Share this:
আপুনি নিজৰ পাৰ্চনেল কম্পিউটাৰত Windows7 ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে এই বাতৰি আপোনাৰ বাবে হ’ব অতি গুৰুত্বপূৰ্ণ। Microsoft এ এতিয়া সকলো কম্পিউটাৰ আৰু লেপটপৰ এই অপাৰেটিং চিষ্টেমৰ আপডেট বন্ধ কৰিছে। ১৪ জানুৱাৰীৰ পিছতে Windows7ৰ আপডেট বন্ধ কৰিব Microsoftএ। ফলত windows7ত ভাইৰাছে অতি সহজে আক্ৰমণ কৰিব পাৰিব বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি