• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ১ নৱেম্বৰৰ পৰা এইসমূহ ফোনত নচলিব WhatsApp! আপোনাৰ ফোনটো আছে নেকি তালিকাত? চাওক

১ নৱেম্বৰৰ পৰা এইসমূহ ফোনত নচলিব WhatsApp! আপোনাৰ ফোনটো আছে নেকি তালিকাত? চাওক

যদি আপোনাৰ হাতত ইয়াৰ ভিতৰত কোনো ফোন আছে তেন্তে ১ নৱেম্বৰৰ পৰা কাম নকৰিব হোৱাট্ছএপে। সেয়ে এতিয়াই ব্যৱস্থা লওক।

যদি আপোনাৰ হাতত ইয়াৰ ভিতৰত কোনো ফোন আছে তেন্তে ১ নৱেম্বৰৰ পৰা কাম নকৰিব হোৱাট্ছএপে। সেয়ে এতিয়াই ব্যৱস্থা লওক।

যদি আপোনাৰ হাতত ইয়াৰ ভিতৰত কোনো ফোন আছে তেন্তে ১ নৱেম্বৰৰ পৰা কাম নকৰিব হোৱাট্ছএপে। সেয়ে এতিয়াই ব্যৱস্থা লওক।

  • Share this:


১ নৱেম্বৰৰ পৰা একাংশ পুৰণি ফোনত নচলিব WhatsApp। অৰ্থাৎ এই পুৰণি মডেলৰ ফোন যদি আপোনাৰ আছে, তেনেহ’লে WhatsAppত সকলোৰে সৈতে যোগাযোগ বন্ধ হ’ব আপোনাৰ। ইয়াৰ ভিতৰত ৪৩টা ফোনৰ মডেল। ইয়াৰ ভিতৰত এনড্ৰইড আৰু এপল ফোনো আছে। সেয়ে আপুনি জানি লওক যাতে ভৱিষ্যতলৈ সমস্যাত নপৰে।

জানিব পৰা মতে, এনড্ৰইড ৪.০ (Android 4.0) আৰু এপল আইঅ’এছ ৯ (Apple iOS 9)ত কাম কৰা বন্ধ কৰিব হোৱাট্ছএপে।

কি কি ফোনত হ’ব এই সমস্যা

এপল (Apple) – আইফোন এছই (iPhone SE), ৬এছ (6S) আৰু  ৬ এছ প্লাছ (6S plus)

ছেমছাং (Samsung) – ছেমছাং গেলেক্সি ট্ৰেণ্ড লাইট (Samsung Galaxy Trend Lite), ছেমছাং গেলেক্সি ট্ৰেণ্ড II (Samsung Galaxy Trend II), ছেমছাং গেলেক্সি এছআইআই (Samsung Galaxy SII), ছেমছাং গেলেক্সি এছ৩ মিনি (Samsung Galaxy S3 mini), ছেমছাং গেলেক্সি এক্সকভাৰ ২ (Samsung Galaxy Xcover 2), গেলেক্সি কোৰ (Galaxy Core) আৰু গেলেক্সি এছ ২ (Galaxy Ace 2)।

এলজি (LG) – LG Lucid 2, Optimus F7, Optimus F5, Optimus L3 II Dual, Optimus L5, Optimus L5 II, Optimus L5 Dual, Optimus L3 II, Optimus L7, Optimus L7 II Dual, Optimus L7 II, Optimus F6, Enact, Optimus L4 II Dual, Optimus F3, Optimus L4 II, Optimus L2 II, Optimus Nitro HD আৰু 4X HD আৰু Optimus F3Q।

জেডটিই (ZTE) – জেডটিই গ্ৰেণ্ড এছ ফ্লেক্স (ZTE Grand S Flex), জেডটিই ভি 956 ( ZTE V956), গ্ৰেণ্ড এক্স কোৱাড ভি 987 (Grand X Quad V987) আৰু গ্ৰেণ্ড মেমো (Grand Memo)।

হুৱাৱেই Huawei – হুৱাৱেই এছেণ্ড G740 (Huawei Ascend G740), এছেণ্ড মেট (Ascend Mate), এছেণ্ড ডি কোৱাড এক্স এল (Ascend D Quad XL), এছেণ্ড ডি ১ কোৱাড এক্স এল (Ascend D1 Quad XL), এছেণ্ড পি ১ এছ (Ascend P1 S) আৰু এছেণ্ড ডি 2 (Ascend D2)।

ছনী (Sony) – ছনী এক্সপেৰিয়া মিৰো (Sony Xperia Miro), ছনী এক্সপেৰিয়া নিও এল (Sony Xperia Neo L), এক্সপেৰিয়া আৰ্ক এছ(Xperia Arc S)।

আন ফোন (Other Phone) –  Alcatel One Touch Evo 7, Archos 53 Platinum, HTC Desire 500, Caterpillar Cat B15, Wiko Cink Five, Wiko Darknight, Lenovo A820, UMi X2, Faea F1 আৰু THL W8।

যদি আপোনাৰ হাতত ইয়াৰ ভিতৰত কোনো ফোন আছে তেন্তে ১ নৱেম্বৰৰ পৰা কাম নকৰিব হোৱাট্ছএপে। সেয়ে এতিয়াই ব্যৱস্থা লওক।

Published by:Sanjay Kumar Das
First published: