• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • WhatsApp : আপোনাৰ হাততো আছে নেকি এইটো মডেলৰ ফোন, ১ নৱেম্বৰৰ পৰা এই ৪৩টা স্মাৰ্টফোনত নচলিব WhatsApp, জানি লওক তালিকা

WhatsApp : আপোনাৰ হাততো আছে নেকি এইটো মডেলৰ ফোন, ১ নৱেম্বৰৰ পৰা এই ৪৩টা স্মাৰ্টফোনত নচলিব WhatsApp, জানি লওক তালিকা

যদি আপোনাৰ ওচৰত আছে এই পুৰণি মডেল (Old phone model)ৰ ফোনটো অচিৰেই  আপোনাৰ ফোনত বন্ধ হ'ব  হোৱাটছএপ (Whatsapp will stop), ১ নৱেম্তবৰৰ পৰা।

যদি আপোনাৰ ওচৰত আছে এই পুৰণি মডেল (Old phone model)ৰ ফোনটো অচিৰেই আপোনাৰ ফোনত বন্ধ হ'ব হোৱাটছএপ (Whatsapp will stop), ১ নৱেম্তবৰৰ পৰা।

যদি আপোনাৰ ওচৰত আছে এই পুৰণি মডেল (Old phone model)ৰ ফোনটো অচিৰেই আপোনাৰ ফোনত বন্ধ হ'ব হোৱাটছএপ (Whatsapp will stop), ১ নৱেম্তবৰৰ পৰা।

  • Share this:
১ নৱেম্বৰৰ পৰা কেইবাটাও পুৰণি ফোনত আৰু কাম নকৰিব হোৱাটছএপ (WhatsApp)এ ৷ কেইবাটাও পুৰণি স্মাৰ্টফোনত WhatsApp উপলব্ধ নহ'ব ৷ অৰ্থাৎ আপোনাৰ ওচৰত এই পুৰণি মডেলৰ (Old Phone model) ফোন থাকিলে আপুনি হোৱাটছএপত সকলোৰে সৈতে যোগাযোগ বন্ধ কৰিব লাগিব৷ এই তালিকাত ৪৩টা ফোনৰ মডেল অন্তৰ্ভুক্ত হৈ আছে৷ গতিকে আপোনাৰ ফোনত চকু ৰাখিব যাতে আপোনাৰ ফোনটোৱে এই সমস্যা সৃষ্টি নকৰে। এই ফোনসমূহৰ ভিতৰত এণ্ড্ৰইড (Android) আৰু এপল (Apple iOS) দুয়োবিধ ফোনেই আছে।

জানিব পৰা মতে ১ নৱেম্বৰৰ পৰা এণ্ড্ৰইড ৪.০ (Android 4.0) আৰু এপল আইঅএছ- ৯ (Apple iOS 9)ত হোৱাটছএপে কাম নকৰিব।

কি কি ফোনত এই সমস্যা উদ্ভৱ হ'ব পাৰে জানি লওক-

এপল (Apple)- আইফোন এছই (iPhone SE), ৬এছ (6S) আৰু ৬ এছ প্লাছ (6S plus)

ছেমছাং (Samsung)- ছেমছাং গেলেক্সী ট্রেণ্ড লাইট (Samsung Galaxy Trend Lite), ছেমছাং গেলেক্সী ট্রেণ্ড II (Samsung Galaxy Trend II), ছেমছাং গেলেক্সী SII (Samsung Galaxy SII), ছেমছাং গেলেক্সী S3 মিনি (Samsung Galaxy S3 mini), ছেমছাং গেলেক্সী এক্সকভাৰ 2 (Samsung Galaxy Xcover 2), ছেমছাং গেলেক্সী কোৰ ( Galaxy Core) আৰু ছেমছাং গেলেক্সী এচ 2 (Galaxy Ace 2)।

এলজি (LG)- LG Lucid 2, Optimus F7, Optimus F5, Optimus L3 II Dual, Optimus L5, Optimus L5 II, Optimus L5 Dual, Optimus L3 II, Optimus L7, Optimus L7 II Dual, Optimus L7 II, Optimus F6, Enact, Optimus L4 II Dual, Optimus F3, Optimus L4 II, Optimus L2 II, Optimus Nitro HD এবং 4X HD, এবং Optimus F3Q।

জেটিই (ZTE)- ZTE Grand S Flex,  ZTE V956, Grand X Quad V987আৰু Grand Memo।

হুয়াৱেই (Huawei)- Huawei Ascend G740, Ascend Mate, Ascend D Quad XL, Ascend D1 Quad XL, Ascend P1 S, আৰু Ascend D2।

ছোনী (Sony)- ছোনী এক্সপেৰিয়া মিৰো (Sony Xperia Miro), ছোনী এক্সপেৰিয়া নিও এল (Sony Xperia Neo L), ছোনী এক্সপেৰিয়া আৰ্ক এছ (Xperia Arc S)

অন্যান্য ফোন (Other Phone)- Alcatel One Touch Evo 7, Archos 53 Platinum, HTC Desire 500, Caterpillar Cat B15, Wiko Cink Five, Wiko Darknight, Lenovo A820, UMi X2, Faea F1 আৰু THL W8।

যদি আপোনাৰ লগতো আছে ইয়াৰ যি কোনো এটা ফোন তেনেহ'লে ১ নৱেম্বৰৰ পৰা  আপোনাৰ ফোনতো আৰু কাম নকৰিব হোৱাটছএপ। গতিকে এতিয়াৰ পৰাই চিন্তা কৰক।
Published by:Manjumoni Borah
First published: