বেয়া খবৰ! ৩১ ডিচেম্বৰৰ পিছত এই কেইটা স্মাৰ্টফোন ব্যৱহাৰ কৰা সকলে চলাব নোৱাৰিব WhatsApp

News18 Assam | News18-Assam
Updated:December 29, 2019, 9:09 AM IST
বেয়া খবৰ! ৩১ ডিচেম্বৰৰ পিছত এই কেইটা স্মাৰ্টফোন ব্যৱহাৰ কৰা সকলে চলাব নোৱাৰিব WhatsApp
Source-Google

কোন কেইটা স্মাৰ্টফোনত কাম নকৰিব WhatsApp?

  • Share this:
WhatsApp ৰ একাংশ ব্যৱহাৰকাৰীৰ বাবে বেয়া খবৰ। কেইটামান বিশেষ স্মাৰ্টফোনত ৩১ ডিচেম্বৰৰ পিছত কাম নকৰা হ’ব WhatsApp। WhatsApp এ নিজৰ ব্লগত উল্লেখ কৰিছে এই কথা। WhatsAppৰ ব্লগত উল্লেখ কৰা হৈছে যে, ‘windows operating system phone’৸ ব্যৱহাৰকাৰীসকলে ৩১ ডিচেম্বৰ পিছত ব্যৱহাৰ কাৰিব নোৱাৰিব WhatsApp।

প্ৰতিষ্ঠানটোৱে উল্লেখ কৰিছে যে,চলিত বছৰৰ ১ জুলাইৰ পৰা windows phone ৰ বাবে আপডেট কৰা বন্ধ কৰা দিয়া হৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি