তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা, আৰম্ভ হ'ল Jio ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ

অহা দুমাহৰ ভিতৰত সমগ্ৰ দেশত আৰম্ভ হ'ল Jioৰ গিগা ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ

News18-Assam
Updated:September 5, 2019, 10:30 PM IST
তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা, আৰম্ভ হ'ল Jio ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ
অহা দুমাহৰ ভিতৰত সমগ্ৰ দেশত আৰম্ভ হ'ল Jioৰ গিগা ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ
News18-Assam
Updated: September 5, 2019, 10:30 PM IST
তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা। বৃহস্পতিবাৰৰে পৰা আৰম্ভ হ'ল Jio ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ। অহা দুমাহৰ ভিতৰত সমগ্ৰ দেশত আৰম্ভ হ'ল Jioৰ গিগা ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ। ৰিলায়েঞ্চ Jioৰ তিনি বছৰ পাছত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডে আৰম্ভ কৰিলে গিগা ফাইবাৰ ব্ৰডবেণ্ড ছাৰ্ভিচ।

কি কি সেৱা উপলব্ধ হ’ব

১. আল্ট্ৰা–হাই–স্পীড ব্ৰডবেণ্ড( 1 GBPS লৈকে)।

২. ফ্ৰী ভইচ কলিং, কনফাৰেন্সেৰীং আৰু ইণ্টাৰনেট কলিং।

৩. টিভি ভিডিঅ’ কলিং আৰু কনফাৰেন্সিং।

৪. এণ্টাৰটেইনমেণ্ট OTT Apps।

৫. গেমিং।

৬. হ’ম নেটৱৰ্কিং।

৭. ডিভাইচ চিকিউৰিটী।

৮. ভি আৰ এক্সপেৰিয়েন্স

৯. ভি আৰ এক্সপেৰিয়েন্স
আৰু চাওক পৰৱৰ্তী বাতৰি