অসমত পুনৰ শীৰ্ষত ৰিলায়েঞ্চ জিঅ', TRAI-এ প্ৰকাশ কৰিলে এপ্ৰিলৰ সমীক্ষা

নেট এডিচনতো ৮০.৮ লাখ গ্ৰাহকেৰে শীৰ্ষত আছে ৰিলায়েঞ্চ জিঅ'

News18-Assam
Updated:July 8, 2019, 8:44 PM IST
অসমত পুনৰ শীৰ্ষত ৰিলায়েঞ্চ জিঅ', TRAI-এ প্ৰকাশ কৰিলে এপ্ৰিলৰ সমীক্ষা
নেট এডিচনতো ৮০.৮ লাখ গ্ৰাহকেৰে শীৰ্ষত আছে ৰিলায়েঞ্চ জিঅ'
News18-Assam
Updated: July 8, 2019, 8:44 PM IST
অসমত পুনৰ শীৰ্ষত ৰিলায়েঞ্চ জিঅ'। TRAI-এ প্ৰকাশ কৰিছে ২০১৯ চনৰ এপ্ৰিল মাহৰ সমীক্ষা। সমীক্ষা অনুসৰি, অসমৰ ৭৫ শতাংশ মোবাইল গ্ৰাহকৰ পছন্দ জিঅ'। এপ্ৰিলত নতুনকৈ সংযোগ ২৫,৮৭১জন জিঅ' গ্ৰাহক। এক্টিভ ছাবছক্ৰাইবৰ ক্ষেত্ৰত জিঅ'ই চুইছে ৩০.৫ শতাংশ গ্ৰাহক। হ্ৰাস পাইছে এয়াৰটেল, ভোডাফোনৰ গ্ৰাহক। তাৰ বিপৰীতে বৃদ্ধি পাইছে জিঅ'ৰ গ্ৰাহকৰ সংখ্যা। নেট এডিচনতো ৮০.৮ লাখ গ্ৰাহকেৰে শীৰ্ষত আছে ৰিলায়েঞ্চ জিঅ'।
আৰু চাওক পৰৱৰ্তী বাতৰি