4G স্পীডৰ শীৰ্ষত জিঅ’

News18 Assam | News18-Assam
Updated:March 20, 2020, 7:44 PM IST
4G স্পীডৰ শীৰ্ষত জিঅ’
Source-Jio

ৰিলায়ে়ঞ্চ জিঅ’ই 4G স্পীডত অক্ষুণ্ণ ৰাখিছে শীৰ্ষ স্থান

  • Share this:
ৰিলায়ে়ঞ্চ জিঅ’ই 4G স্পীডত অক্ষুন্ন ৰাখিছে শীৰ্ষ স্থান। ভাৰতীয় টেলীকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়াই প্ৰকাশ কৰা তালিকাত উল্লেখ কৰা হৈছে এই তথ্য। ফেব্ৰুৱাৰী মাহত জিঅ’ৰ গড়ে 4G স্পীড ২১.৫ Mbps আছিল। য’ত জানুৱাৰী মাহত এই স্পীড আছিল ২০.৯ Mbps। একেৰাহে দুবছৰ ধৰি ৰিলায়েঞ্চ জিঅ’ 4G স্পীড সকলোতকৈ উত্তম হৈ আছে।

তুলনামুলক ভাবে  ভাৰতী এয়াৰটেলৰো 4G স্পীড  জানুৱাৰী মাহৰ তুলনাত ফেব্ৰুৱাৰী মাহত কিছু ভাল। জানুৱাৰী মাহত ভাৰতী এয়াৰটেলৰ 4G স্পীড আছিল ৭.৯  Mbps। আনহাতে ফেব্ৰুৱাৰী মাহত ৮.০ Mbps।
আৰু চাওক
পৰৱৰ্তী বাতৰি