নতুন স্মাৰ্টফোন কিনিব নেকি? বজাৰলৈ আহিছে Realme/ Redmi ৰ নতুন ফোন

১৫ তাৰিখে আনুষ্ঠানিক ভাবে বজাৰলৈ আহিব Realme ৰ নতুন সংস্কৰণ

News18-Assam
Updated:July 3, 2019, 2:20 PM IST
নতুন স্মাৰ্টফোন কিনিব নেকি? বজাৰলৈ আহিছে Realme/ Redmi ৰ নতুন ফোন
১৫ তাৰিখে আনুষ্ঠানিক ভাবে বজাৰলৈ আহিব Realme ৰ নতুন সংস্কৰণ
News18-Assam
Updated: July 3, 2019, 2:20 PM IST
স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে সুখবৰ। জুলাই মাহত বজাৰলৈ আহিব Realmeৰ নতুন সংস্কৰণ Realme X।  ইতিমধ্যে প্ৰতিষ্ঠানটোৱে CEO মাধৱ সেঠে টুইটাৰ যোগে নতুন স্মাৰ্টফোন ৰিয়েলমি এক্সৰ সবিশেষ। নতুন স্মাৰ্টফোনটোৰ মূল্য ১৮০০০ৰ আশে পাশে হ’ব বুলি ধাৰণা কৰা হৈছে।

বৈশিষ্ট –710 SoC, 6.53 Full-HD Display,  আৰু 3,765mah বেটেৰী, 48 MP+5 MP  ডোৱেল কেমেৰা, 4 জিবি ৰেম ইত্যাদি।

সেইদৰে   বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই এই মাহৰ ভিতৰত মোবাইল বজাৰলৈ আহি আছে Redmi K20, Redmi K20 Pro । বিভিন্ন অত্যাধুনীক features  সন্নিৱিষ্ট থাকিব এই নতুন স্মাৰ্টফোন কেইটাত। সেইদৰে এই দুটা নতুন স্মাৰ্টফোনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ১৮,০০০ ৰ পৰা ২০,০০০ টকা পৰ্যন্ত।

বৈশিষ্ট–6.39-inch (1080x2340), Processor Qualcomm Snapdragon 855, ফ্ৰণ্ট কেমেৰা 20MP, ৰেয়াৰ কেমেৰা– 48MP+8MP+13MP,  RAM 6 GB, ROM- 64 GB, ‍বেটেৰীৰ ক্ষমতা 4000mAh।


 
আৰু চাওক পৰৱৰ্তী বাতৰি