Xiaomi, ছেমছাংসহ iPhone টো পাব ডিছকাউণ্ট, উপলব্ধ কেছবেকৰ অফাৰো

জানো আহক কেনেকৈ Apple, Xiaomiৰ দৰে কোম্পানীৰ ফোনত পাব ডিছকাউণ্টৰ সুবিধা।
জানো আহক কেনেকৈ Apple, Xiaomiৰ দৰে কোম্পানীৰ ফোনত পাব ডিছকাউণ্টৰ সুবিধা।
- News18 Assam
- Last Updated: June 15, 2019, 4:03 PM IST
Xiaomi Redmi Note 7 Pro
এই ফোনটো Xiaomiৰ লেটেষ্ট স্মাৰ্টফোন। যদি আপুনি এই ফোনটো Amazonৰ পৰা ক্ৰয় কৰে তেন্তে আপুনি ভৰিব লাগিব ১৩,৩০০ টকা, ইয়াৰ পৰিৱৰ্তে Paytm মলৰ পৰা ১৩,১০৫ টকাতে ক্ৰয় কৰিব পাৰিব এই ফোনটো। ইয়াৰোপৰি এই ফোনত আপুনি ২৬২ টকা পেটিএম কেছবেকো লাভ কৰিব। অৰ্থাৎ ডিছকাউণ্ট আৰু কেছবেকৰ পিছত এই ফোনটো আপোনাৰ হ’৸ব ১২, ৮৪৩ টকাতে।
এপ্পলৰ এই ফোনটো গ্ৰাহকে ৫৯,৩৪৯ টকাতে ক্ৰয় কৰিব পাৰে। ৪,১৫৪ টকাৰ কেছবেকৰ লগতে মুঠ ১৭, ৫৫১ টকাৰ ডিছকাউণ্ট লাভ কৰিব। ডিছকাউণ্ট আৰু কেছবেকৰ সৈতে ৫৫, ১৮৫ টকাতে এই ফোনটো ক্ৰয় কৰিব পাৰিব।
Xiaomi Redmi 6 Pro
Xiaomiৰ এই স্মাৰ্ট ফোনটো গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়। Paytm Mall ফোন ছেলত এই ফোন ১২,৬৩৩ মূল্যত ক্ৰয় কৰিব পাৰিব। এই মূল্য কেৱল ফোনটোৰ 4GB ৰেম/64GB ষ্ট’ৰেজ মডেলৰ বাবেহে। ইয়াৰোপৰি গ্ৰাহকে ২৫৩ টকাৰ কেছবেক কুপনো ব্যৱহাৰ কৰিলে ইয়াৰ মূল্য হ’ব ১২,৩৮০ টকা। এই ফোন ফ্লিপকাৰ্টত ১১,৯৯৯ টকাত আৰু Amazonত ১২,৬৯৯ টকাত উপলব্ধ।

RedmiNote 7 Pro
Xiaomi Redmi Note 7
Xiaomiৰ এই ফোনটো ছেলত ১৩,১০৫ টকাতে ক্ৰয় কৰিব পাৰিব। ২৬২ টকাৰ কেছবেকৰ লগতে ১২,৮৪৩ টকাতে ঘৰলৈ লৈ যাব পাৰিব এই মোবাইল ফোনটো। Amazonত এই ফোনটো ১৩,৩০০ টকাত উপলব্ধ।
Samsung Galaxy A30
Paytm Mall ফোন ছেলত Samsungৰ A30 ১৫,৪৯০ মূল্যত ক্ৰয় কৰিব পাৰিব।