বেংকে আৰম্ভ কৰিছে নতুন নিয়ম! চাকৰিৰ বাবে এতিয়া মানুহৰ পৰিৱৰ্তে ৰবটে ল’ব সাক্ষাৎকাৰ!

News18-Assam
Updated:November 23, 2019, 12:17 PM IST
বেংকে আৰম্ভ কৰিছে নতুন নিয়ম! চাকৰিৰ বাবে এতিয়া মানুহৰ পৰিৱৰ্তে ৰবটে ল’ব সাক্ষাৎকাৰ!
অতি সোনকালে কোম্পানীত মানুহৰ সলনি চাকৰি প্ৰাৰ্থীৰ ইণ্টাৰভিউ ল’ব ৰবটে।  ইতিমধ্যে ফেডাৰেল বেংকে আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া।

অতি সোনকালে কোম্পানীত মানুহৰ সলনি চাকৰি প্ৰাৰ্থীৰ ইণ্টাৰভিউ ল’ব ৰবটে।  ইতিমধ্যে ফেডাৰেল বেংকে আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া।

  • News18 Assam
  • Last Updated: November 23, 2019, 12:17 PM IST
  • Share this:
অতি সোনকালে  প্ৰায় সকলো প্ৰতিষ্ঠানে মানুহৰ সলনি চাকৰি প্ৰাৰ্থীৰ সাক্ষাৎকাৰ ৰ’বটৰ জৰিয়তে লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।  ইতিমধ্যে ফেডাৰেল বেংকে আৰম্ভ কৰিছে এই নতুন নিয়ম। এতিয়াৰ পৰা  ফেডাৰেল বেংকত চাকৰিত নিযুক্তিৰ সাক্ষাৎকাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেনছৰ সৈতে জড়িত বিশেষ Tool ৰ সহায়ত লোৱা হ’ব।  এই বিশেষ Tool ৰ নাম দিয়া হৈছে FedRecruit। উল্লেখযোগ্য যে, দেশৰ বেংকিং ব্যৱস্থাত ফেডাৰেল বেংকে প্ৰথমবাৰৰ বাবে এই নিয়ম প্ৰৱৰ্তন কৰিছে।

 


First published: November 23, 2019, 12:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading