• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Jio Launches prepaid plans : আকৌ Jioৰ ধামাকা অফাৰ! Disney Hotstarৰ লগতে আন বহু সুবিধা

Jio Launches prepaid plans : আকৌ Jioৰ ধামাকা অফাৰ! Disney Hotstarৰ লগতে আন বহু সুবিধা

প্ৰায় প্ৰতি মাহতে ৰিলায়েঞ্চ জিঅ’ই (Reliance Jio) গ্ৰাহকৰ সুবিধাৰ বাবে আকৰ্ষণীয় অফাৰ লৈ আহে।

প্ৰায় প্ৰতি মাহতে ৰিলায়েঞ্চ জিঅ’ই (Reliance Jio) গ্ৰাহকৰ সুবিধাৰ বাবে আকৰ্ষণীয় অফাৰ লৈ আহে।

প্ৰায় প্ৰতি মাহতে ৰিলায়েঞ্চ জিঅ’ই (Reliance Jio) গ্ৰাহকৰ সুবিধাৰ বাবে আকৰ্ষণীয় অফাৰ লৈ আহে।

  • Share this:
গ্ৰাহকৰ বাবে Jio মানেই ধামাকা অফাৰৰ লগতে নতুন নতুন সুবিধা। প্ৰায় প্ৰতি মাহতে ৰিলায়েঞ্চ জিঅ’ই (Reliance Jio) গ্ৰাহকৰ সুবিধাৰ বাবে আকৰ্ষণীয় অফাৰ লৈ আহে। তেনেই এক ধামাকা অফাৰ এইবাৰ প্ৰিপেইড গ্ৰাহকৰ বাবে ঘোষণা কৰিলে মঙলবাৰে।

এতিয়াৰে পৰা উক্ত অফাৰসমূহৰ লগত Disney Hotstarৰ সুবিধা কমপ্লিমেন্ট্রি হিচাপে পাব জিঅ’ গ্ৰাহকে। এই নতুন অফাৰৰ উদ্দেশ্যই হ'ল গ্ৰাহকৰ বাবে  Disney Hotstarৰ সুবিধা প্ৰদান কৰা। আনহাতে, এই নতুন প্লেনত আনলিমিটেড ভইচ কল, ডাটা, এছ এম এছ, জিঅ’ এপ ৰ লগতে আন আন সুবিধাসমুহো থাকিবই। ইয়াৰ লগতে ভিআইপি ছাবস্ক্ৰিপচন লাইভ স্প’ৰ্টছ, হটষ্টাৰ স্পেচিয়েল, ব্লক ব্লাষ্টাৰ মুভি আৰু টিভি শ্ব’সমূহ তিনিটা ভাষাত ডাবিঙৰ সুবিধাৰে উপলব্ধ থাকিব।

নতুন জিঅ’ প্ৰিপেইড প্লেন ( Jio Prepaid Plans) সমূহ হ'ল এনে ধৰণৰ-
১. প্ৰতিমাহৰ বাবে ৪৯৯ য’ত প্ৰতিদিনে ৩ জিবি ডাটা থাকিব। ফ্ৰী ভইচ কল আৰু এছ এম এছ। ভেলিডিটী ২৮ দিনৰ বাবে।
২. ২ মাহৰ বাবে ৬৬৬ টকাৰ প্লেন। য’ত প্ৰতিদিনে ২ জিবি ডাটা ,ফ্ৰী ভইচ কল আৰু এছ এম এছৰ লগতে ৫৬ দিনৰ ভেলিডিটি থাকিব।
৩. ৩ মাহৰ বাবে ৮৮৮ টকাৰ প্লেন। য’ত প্ৰতিদিনে ২ জিবি ডাটা ,ফ্ৰী ভইচ কল আৰু এছ এম এছৰ লগতে ৮৪ দিনৰ ভেলিডিটি থাকিব।
৪. এবছৰৰ বাবে ২৫৯৯ টকাৰ প্লেন। য’ত প্ৰতিদিনে ২ জিবি ডাটা ,ফ্ৰি ভইচ কল আৰু এছ এম এছ ৰ লগতে ৩৬৫ দিনৰ ভেলিডিটি থাকিব।
ইয়াৰ উপৰিও ডাটা  এড অন ( Data Add On) ৰ বাবে থাকিব ৫৪৯ টকাৰ প্লেন। প্ৰতিদিনে ১.৫ জিবি ডাটা পোৱা যাব এই প্লেনৰ পৰা আৰু ইয়াৰ ভেলিডিটি হ’ব ৫৬ দিন।
Published by:Sanjay Kumar Das
First published: