• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এতিয়াৰে পৰা অসমীয়া ভাষাত উপলব্ধ হ'ব Flipkart। নিজৰ ভাষাতে ৰাজ্যবাসীয়ে উপভোগ কৰিব পাৰিব Online shopping ৰ সুবিধা...

এতিয়াৰে পৰা অসমীয়া ভাষাত উপলব্ধ হ'ব Flipkart। নিজৰ ভাষাতে ৰাজ্যবাসীয়ে উপভোগ কৰিব পাৰিব Online shopping ৰ সুবিধা...

অনলাইন মাৰ্কেটিং এপ ফ্লিপকাৰ্টে আনিছে অসমৰ বাবে এক সুখবৰ। এতিয়া ফ্লিপকাৰ্ট অসমীয়া ভাষাতো উপলব্ধ হ'ব। নিজৰ ভাষাতে অসমৰ ৰাইজে এই ই-কমাৰ্চ সেৱাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

  • Share this:
অনলাইন মাৰ্কেটিং এপ ফ্লিপকাৰ্টে আনিছে অসমৰ বাবে এক সুখবৰ। এতিয়া ফ্লিপকাৰ্ট অসমীয়া ভাষাতো উপলব্ধ হ'ব। নিজৰ ভাষাতে অসমৰ ৰাইজে এই ই-কমাৰ্চ সেৱাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। টুইটাৰযোগে এই কথা প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মন্ত্ৰীগৰাকীয়ে টুইটাৰত টুইট কৰি কয়...

জনাবলৈ পাই আনন্দিত
@Flipkart এতিয়া সামগ্ৰীৰ বিপণনত অসমীয়া ভাষাৰ সেৱা আগবঢ়াব। ইয়াৰ ফলত অসমৰ জনসাধাৰণে আমাৰ নিজৰ ভাষাত ই-কমাৰ্চ উপভোগ কৰিব পাৰিব।
Published by:Kokil Sarma
First published: