• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • চুপাৰস্মাৰ্ট পাঠ্যক্ৰমৰ সহায়ত অধ্যয়নক কৰি তোলক সহজ! BasicFirst আছে সহায়ৰ বাবে

চুপাৰস্মাৰ্ট পাঠ্যক্ৰমৰ সহায়ত অধ্যয়নক কৰি তোলক সহজ! BasicFirst আছে সহায়ৰ বাবে

স্মাৰ্ট ই-লাৰ্ণিং মডেলে কেনেকৈ সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰাত সহায়কৰে?

স্মাৰ্ট ই-লাৰ্ণিং মডেলে কেনেকৈ সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰাত সহায়কৰে?

স্মাৰ্ট ই-লাৰ্ণিং মডেলে কেনেকৈ সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰাত সহায়কৰে?

  • Share this:
যোৱা কেইবছৰমান ধৰি, সমগ্ৰ ভাৰতৰ শিক্ষা প্ৰতিষ্ঠানবোৰে তেওঁলোকৰ ভাৰ্চুৱেল কাৰ্য্যসূচীসমূহ গতিশিল কৰিবলৈ চেষ্টা কৰাৰ লগতে কম্পিউটাৰ লেব আৰু ডিজিটেল টিউটৰিং সেৱা আগবঢ়াবলৈ চেষ্টা কৰি আহিছে, যি মুখামুখি বাস্তৱিক শিক্ষাৰ সমকক্ষ হ’ব পাৰে।বিশ্বজুৰি হোৱা মহামাৰীৰ ফলত এই পৰিৱৰ্তন দ্ৰুত গতিত আহিছে। বিদ্যাৰ্থীসকলৰ শিক্ষণৰ মাত্ৰা, তেওঁলোকৰ গ্ৰেড আৰু লক্ষ্য- আটাইবিলাক প্ৰভাৱিত হৈছে এই নতুন পদ্ধতিত।

যদিও শুনিবলৈ আচৰিত লাগে, তথাপিও এই ক্ষেত্ৰত আছে যোগাত্মক প্ৰভাৱ।যোগাযোগহীন শিক্ষাদানৰ অগ্ৰণী সংস্থা BasicFirstৰ কাৰ্যসূচীবোৰ ইয়াৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত। তেওঁলোকৰ দক্ষতা-ভিত্তিক, অনুকূলিত মডিউলৰ সৈতে, বিদ্যাৰ্থী সকলে নিজৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ভাৰ্চুৱেলী যিকোনো স্থানৰ পৰাই নিজৰ শিক্ষা অব্যাহত ৰাখিব পাৰে।

তেওঁলোকৰ গৱেষণা সমৰ্থিত শিক্ষণ মডেলটো এক চুপাৰ স্মাৰ্ট প্ৰক্ৰিয়াৰ ওপৰত আধাৰিত যি প্ৰতিজন বিদ্যাৰ্থীৰ দক্ষতা, আৰু লক্ষ্য পৰিকল্পনাৰ কেন্দ্ৰত ৰাখে।এই অনন্য ভাৱে প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৱে BasicFirst-ক অন্য ই-লাৰ্ণিং কাৰ্য্যসূচীসমূহতকৈ কিছু ওপৰত ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৰ্বশ্ৰেষ্ঠ ফলাফল সুনিশ্চিত কৰে।

 চুপাৰস্মাৰ্ট পাঠ্যক্ৰম

এই অনন্য শিক্ষণ মডিউলবোৰ এক নিৰ্দিষ্টক্ৰমত প্ৰস্তুত কৰা হৈছে, যি প্ৰতিগৰাকী শিক্ষাৰ্থীকে প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত আৰু তেওঁলোকৰ সৰ্বাধিক শক্তি গঢ়ি তোলাত সহায় কৰে। ব্যক্তি অনুকূলিত শিক্ষা পদ্ধতিৰ ওপৰত ভিত্তি কৰি আৰু সাৱধানে স্ব-অধ্যয়নৰ অভ্যাস সৃষ্টি কৰি, এই নিজস্ব-গতিৰ মডিউলবোৰে নিশ্চিত কৰে যে, শিক্ষাৰ্থীজনৰ ওপৰতো যোগাত্মক প্ৰভাৱ পেলায়।

অভিজ্ঞ'এডু’প্ৰশিক্ষক' সকলে এই ধাৰণাবোৰ সহজে বুজিব পৰাকৈ প্ৰস্তুত কৰে।ইয়াৰোপৰি, প্ৰতিজন শিক্ষাৰ্থীয়ে দেশৰ শীৰ্ষ আই.আই.টি আৰু আই.আই.এমৰ পৰা টিউটৰ আৰু পৰামৰ্শদাতাৰ সহযোগিতা লাভ কৰিব। যি সকলে তেওঁলোকক প্ৰস্তুতিৰ পথত পোৱা প্ৰতিটো সন্দেহ নিৰাময়ত সহায় কৰিব পাৰিব। এই শিক্ষকৰ দল অতিশয় জ্ঞানী আৰু ধৈৰ্যশীল; তেওঁলোকক মাত্ৰ এটা ফোনকলৰ যোগেদি যোগাযোগ কৰিব পাৰি। এতিয়া তেওঁলোকক এপ, ভইচ বা ভিডিঅ' কলৰ যোগেৰেও যোগাযোগ কৰিব পাৰি।

এটাই ধাৰণা, এটাই প্ৰশ্ন:

অভিজ্ঞ শিক্ষাবিদৰ কেন্দ্ৰ হিচাপে, BasicFirst-এ বুজি পায় যে, বিভিন্ন শিক্ষাৰ্থীৰ শিকাৰ প্ৰয়োজনীয়তা আৰু শিকাৰ উপায় পৃথক হব পাৰে। কিছুমানে দৃশ্যমান বা শ্ৰৱণৰ কাৰ্য্যসূচীৰ যোগেদি সহজে শিকিবপাৰে, আনহাতে আন সকলে পাঠ পঢ়া আৰু লিখা আধাৰিত পদ্ধতিত অধিক ভালাকৈ বুজিব পাৰে। প্ৰতিটো পাঠ্যক্ৰম সহজে বুজিব পৰা উপ বিষয় আৰু আনুষঙ্গিক কাৰ্যকলাপ লৈ বিভক্ত কৰি দিয়াৰ পাছত বিদ্যাৰ্থীসকলে আনকি আটাইতকৈ জটিল বিষয়বোৰো সহজে শিকিব পৰা হয়।

 সফলতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ

আই.আই.টি বা চিকিৎসা পাঠ্যক্ৰম যিটোৰবাবেই অধ্যয়ন কৰি নাথাকা কিয়, বা বিভিন্ন ৰাজ্যৰ শ্ৰেণী 10 আৰু 12 ৰ বৰ্ড পৰীক্ষাৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ৰ প্ৰয়োজন নহওক কিয়, BasicFirst-ৰ শিক্ষকৰ দলটোৱে বুজি পায় পানীৰ গভীৰতা কিমান।সেয়েহে শিক্ষাৰ্থীসকল সন্মুখীন হোৱা প্ৰতিটো পৰ্য্যায়, স্তৰ আৰু প্ৰত্যাহ্বানৰ মাজেৰে আগুৱাই নিবলৈ তেওঁলোক সদা প্ৰস্তুত হৈ থাকে।

BasicFirst-ৰ বিষয়ে অধিক জানিবলৈ আৰু পঞ্জীয়ন কৰিবলৈইয়াতক্লিক কৰক।



এইটোএকপাৰ্টনাৰডপোষ্ট।
Published by:Himangshu Bhuyan
First published: