UFOs and Aliens: আন এখন পৃথিৱী আৰু এলিয়েনৰ ৰহস্য মুকলি হ'ব ! এয়া UFO নে গুপ্তচৰ বাহন ? আমেৰিকাই UFOৰ ওপৰত প্ৰকাশ কৰিব তথ্য !
UFOs and Aliens: আন এখন পৃথিৱী আৰু এলিয়েনৰ ৰহস্য মুকলি হ'ব ! এয়া UFO নে গুপ্তচৰ বাহন ? আমেৰিকাই UFOৰ ওপৰত প্ৰকাশ কৰিব তথ্য !
photo-AFP
দেশৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বীজন আমেৰিকাত UFOৰ ঘটনাক লৈ চিন্তাত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই (America) এতিয়া এই সন্দৰ্ভত এক ঐতিহাসিক প্ৰতিবেদন প্ৰকাশ কৰিবলৈ গৈ আছে।
দেশৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বীজন আমেৰিকাত UFOৰ ঘটনাক লৈ চিন্তাত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰই (America) এতিয়া এই সন্দৰ্ভত এক ঐতিহাসিক প্ৰতিবেদন প্ৰকাশ কৰিবলৈ গৈ আছে। যদিও প্ৰতিবেদনখন প্ৰকাশৰ বাবে কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই, স্থানীয় সংবাদ মাধ্যমসমূহে বিশ্বাস কৰে যে ইয়াক ২৫ জুনৰ ভিতৰত ৰাজহুৱা কৰিব পাৰি।