ঘৰত AC লগাম বুলি ভাবিছে নেকি? এয়াই সুবৰ্ণ সুযোগ

Voltas, Onida আৰু Whirlpoolৰ দৰে ব্ৰেণ্ডৰ ACত আগবঢ়োৱা হৈছে বিশেষ ৰেহাই।

News18-Assam
Updated:July 9, 2019, 1:11 PM IST
ঘৰত AC লগাম বুলি ভাবিছে নেকি? এয়াই সুবৰ্ণ সুযোগ
Voltas, Onida আৰু Whirlpoolৰ দৰে ব্ৰেণ্ডৰ ACত আগবঢ়োৱা হৈছে বিশেষ ৰেহাই।
News18-Assam
Updated: July 9, 2019, 1:11 PM IST
গৰমৰ বাবে বজাৰত ACৰ দামে আকাশ চুইছে। দাম অধিক হোৱা বাবে সাধাৰণ শ্ৰেণীৰ লোকে AC কিনাৰ কথা নাভিবই নোৱাৰে। কিন্তু এতিয়া অনলাইনযোগে AC কিনাৰ সুবৰ্ণ সুযোগ আহিছে। ফ্লিপকাৰ্টৰ জৰিয়তে AC কিনিলে আপুনি লাভ কৰিব বাম্পাৰ অফাৰ। Voltas, Onida আৰু Whirlpoolৰ দৰে ব্ৰেণ্ডৰ ACত আগবঢ়োৱা হৈছে বিশেষ ৰেহাই।

Voltas ACত ৰেহাই
ফ্লিপকাৰ্টত Voltas 1.5 Ton 3 Star Split AC - Whiteত ৪০ শতাংশ ৰেহাই দিয়া হৈছে। এই এ চিৰ প্ৰকৃত দাম ৫১,৯৯০ টকা, কিন্তু ফ্লিপকাৰ্টত কিনিব পাৰিব ৩০,৯৯৯ টকাত। অৰ্থাৎ ২০,৯৯১ টকাৰ ৰেহাই দিয়া হৈছে। AC কিনিলে EMIৰ সুবিধাও দিয়া হৈছে। ১,০৩০ টকা মাহিলী কিস্তিত আপুনি ঘৰলৈ আনিব পাৰিব এ চি।

কম দামতে কিনক Onida AC
Onida 1.5 Ton 5 Star Split Inverter ACত ৩৭ শতাংশ ৰেহাই দিয়া হৈছে। এই ACৰ প্ৰকৃত দাম ৬০,৮৯০ টকা, কিন্তু ফ্লিপকাৰ্টত ইয়াক কিনিবলৈ পাব ৩৭,৯৯৯ টকাত। অৰ্থাৎ ২২,৮৯১ টকা কমত কিনিব পাৰিব এই AC। এই এ চি কিনিলেও আপুনি পাব EMIৰ সুবিধা।

Whirlpool ACত অফাৰ
Whirlpool 1.5 Ton 5 Star Split Inverter AC – White পাব ৩৯,৯৯৯ টকাত। এই ACৰ প্ৰকৃত দাম হ’ল ৫৬,৫৩২ টকা। অৰ্থাৎ ২৯ শতাংশ হিচাপত ১৬,৫৩৩ টকা ৰেহাই পাব এই এ চিত। ৩,৩৩৪ টকাৰ মাহিলী EMIৰ জৰিয়তে আপুনি কিনিব পাৰিব এই এ চি।
আৰু চাওক পৰৱৰ্তী বাতৰি