২০২০ ত দেশত 5G সেৱা,টেলিকম কোম্পানী আৰু দূৰ সংযোগ বিভাগৰ মাজত সহমত

News18 Assam | News18-Assam
Updated:January 1, 2020, 3:15 PM IST
২০২০ ত দেশত 5G সেৱা,টেলিকম কোম্পানী আৰু দূৰ সংযোগ বিভাগৰ মাজত সহমত
Source-Google

নতুন বছৰৰ আৰম্ভণিতে দেশবাসীলৈ ভাল খবৰ

  • Share this:
চলিত জানুৱাৰী মাহৰ পৰাই আৰম্ভ হ’ব দেশত 5Gসেৱাৰ ট্ৰাইল। সেইদৰে জানুৱাৰী মাহতে  স্পেকট্ৰামৰ আৱেদন কৰিবলৈ সাজু হৈছে কোম্পানী। উল্লেখযোগ্য যে,  ২০২০ চনৰ ২০ মাৰ্চ এপ্ৰিলৰ ভিতৰত স্পেকট্ৰাম নিলামৰ ডেডলাইন বান্ধি দিয়া হৈছে। ইতিমধ্যে টেলিকম কোম্পানী আৰু দূৰ সংযোগ বিভাগৰ মাজত এই সম্পৰ্কত সহমত স্থাপন হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি