মালদ্বীপত প্ৰেমিকৰ সৈতে এইবোৰ কি কৰিছে তাপছী পন্নুৱে? দ্ৰুতগতিত ভাইৰেল ভিডিঅ’!

News18 Assam | News18-Assam
Updated:October 14, 2020, 11:35 AM IST
মালদ্বীপত প্ৰেমিকৰ সৈতে এইবোৰ কি কৰিছে তাপছী পন্নুৱে? দ্ৰুতগতিত ভাইৰেল ভিডিঅ’!
কোৰোণাৰ প্ৰভাৱ সামান্য কমাৰ লগে লগেই মালদ্বীপ পালেগৈ তাপছী। লগতে গৈছে প্ৰেমিক মেথিয়াছ বো আৰু ভগ্নীসকল।

কোৰোণাৰ প্ৰভাৱ সামান্য কমাৰ লগে লগেই মালদ্বীপ পালেগৈ তাপছী। লগতে গৈছে প্ৰেমিক মেথিয়াছ বো আৰু ভগ্নীসকল।

  • Share this:
তাপছী পন্নু। বলীউদৰ জনপ্ৰিয় নায়িকাসকলৰ ভিতৰত এঘৰাকী অমিতাভ বচ্চনৰ সৈতেও অভিনয় কৰিছে তাপছীয়ে। সাহসী আৰু ব’ল্ড চৰিত্ৰত বাৰে বাৰে অভিনয় কৰা দেখা গৈছে তাপছীক। বলীউদেই নহয়, দাক্ষিণাত্যৰ ছবিতো তাপছীৰ জনপ্ৰিয়তা শীৰ্ষত। কিন্তু তাপছীৰ ব্যক্তিগত জীৱনৰ কথা সততে শুনা নাযায়। আজিলৈ প্ৰকাশ কৰা নাই নিজৰ প্ৰেমৰ বিষয়ে।

কোৰোণাৰ প্ৰভাৱ সামান্য কমাৰ লগে লগেই মালদ্বীপ পালেগৈ তাপছী। লগতে গৈছে প্ৰেমিক মেথিয়াছ বো আৰু ভগ্নীসকল।

মালদ্বীপত গৈ প্ৰেমিকৰ সৈতে সময় কটোৱাৰ লগতে সকলোৱে মিলি বনালে এটা ভিডিঅ’ও। ‘বিগিনি শ্বুট’। সকলোৱে মিলি নাচিছে ভিডিঅ’টোত। এই ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে তাপছীয়ে।










View this post on Instagram





So what did Pannus do in Maldives ??? .... #BigginiShoot #BigginiShootWithPannus @shagun_pannu @evaniapannu Feat @mathias.boe Edited by @yellowelephant.in Location is our beautiful holiday villa @tajmaldives And @yashrajmukhate you the Star!!! 🌞


A post shared by Taapsee Pannu (@taapsee) on





ভিডিঅ’ত দেখা গৈছে তাপছীৰ প্ৰেমিককো। ছচিয়েল মিডিয়াত এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে। ভিডিঅ’ত দেখা গৈছে তাপছীৰ ভগ্নীসকলকো। মালদ্বীপৰ পৰা উভতিয়ে পুনৰ শ্বুটিঙত ব্যস্ত হৈ পৰিব তাপছী।
Published by: Sanjay Kumar Das
First published: October 14, 2020, 11:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading