Swiggy–এ আৰম্ভ কৰিলে নতুন সেৱা, এমাহৰ বাবে আগতীয়াকৈ বুকিং কৰক আপোনাৰ টিফিন

ঘৰত বনোৱা আহাৰ, টিফিন সেৱা প্ৰদানকাৰী(Service Providers) আৰু সংগঠিত ব্যৱসায়ীৰ(Organized Vendors) দ্বাৰা প্ৰস্তুত কৰা আহাৰ সৰবৰাহৰ বাবে ফুড ডেলিভাৰী ষ্টাৰ্টআপ Swiggy–এ গ্ৰাহকৰ বাবে আৰম্ভ কৰিলে নতুন সেৱা।

news18assam
Updated:June 4, 2019, 9:23 AM IST
Swiggy–এ আৰম্ভ কৰিলে নতুন সেৱা, এমাহৰ বাবে আগতীয়াকৈ বুকিং কৰক আপোনাৰ টিফিন
ঘৰত বনোৱা আহাৰ, টিফিন সেৱা প্ৰদানকাৰী(Service Providers) আৰু সংগঠিত ব্যৱসায়ীৰ(Organized Vendors) দ্বাৰা প্ৰস্তুত কৰা আহাৰ সৰবৰাহৰ বাবে ফুড ডেলিভাৰী ষ্টাৰ্টআপ Swiggy–এ গ্ৰাহকৰ বাবে আৰম্ভ কৰিলে নতুন সেৱা।
news18assam
Updated: June 4, 2019, 9:23 AM IST
ঘৰত বনোৱা আহাৰ, টিফিন সেৱা প্ৰদানকাৰী(Service Providers) আৰু সংগঠিত ব্যৱসায়ীৰ(Organized Vendors) দ্বাৰা প্ৰস্তুত কৰা আহাৰ সৰবৰাহৰ বাবে ফুড ডেলিভাৰী ষ্টাৰ্টআপ Swiggy–এ গ্ৰাহকৰ বাবে আৰম্ভ কৰিলে নতুন সেৱা। ইয়াৰ বাবে Swiggy–এ এটানতুন এপ Swiggy Daily উন্মোচন কৰিলে। এই সন্দৰ্ভত Swiggyৰ CIO শ্ৰীহৰ্ষা মেজেটীয়ে ক’লে যে ঘৰত আহাৰ তৈয়াৰ কৰা আৰু সংগঠিত ব্যৱসায়ী(Organized Vendors)ৰ সৈতে মিলি Swiggy Daily–এ ঘৰত প্ৰস্তুত কৰা আহাৰৰ বৃদ্ধি হোৱা চাহিদা পূৰণ কৰিবলৈ চেষ্টা চলাইছে।

খাদ্যৰ দাম হ’ব নূন্যতম
Swiggy Dailyৰ জৰিয়তে গ্ৰাহকে আগতীয়াকৈ বুকিং কৰিব পাৰিব আহাৰ। ইয়াৰোপৰি দৈনিক, সাপ্তাহিক বা মাহিলী ছাবছক্ৰিপছন(Subscriptions) ল’ব পাৰিব। এই আহাৰ যথেষ্ট ব্যয়বহুলো নহ’ব।

গুৰুগ্ৰামত পাব Swiggy Dailyৰ ছাৰ্ভিছ
এতিয়া গুৰুগ্ৰামত পাব Swiggy Dailyৰ ছাৰ্ভিছ গুৰুগ্ৰামত উন্মোচন হৈছে। আগন্তুক দিনত বেংগালুৰু আৰু মুম্বাইত আৰম্ভ কৰা হ’ব। ২০১৪ত আৰম্ভ হৈছিল Swiggy ।
আৰু চাওক পৰৱৰ্তী বাতৰি