মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Good News: ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে সুখবৰ ! পূৰ্ণগতিত চলিছে শুৱালকুছিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম, ছুইমিং পুলৰ নিৰ্মাণকাৰ্য...জানুৱাৰীত সম্পূৰ্ণ হোৱাৰ আশা মন্ত্ৰী বিমল বৰাৰ !

Good News: ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে সুখবৰ ! পূৰ্ণগতিত চলিছে শুৱালকুছিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম, ছুইমিং পুলৰ নিৰ্মাণকাৰ্য...জানুৱাৰীত সম্পূৰ্ণ হোৱাৰ আশা মন্ত্ৰী বিমল বৰাৰ !

ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে এটা সুখবৰ। অচিৰেই বস্ত্ৰনগৰী শুৱালকুছিত নিৰ্মাণ হৈ উঠিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ষ্টেডিয়াম।

ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে এটা সুখবৰ। অচিৰেই বস্ত্ৰনগৰী শুৱালকুছিত নিৰ্মাণ হৈ উঠিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ষ্টেডিয়াম।

ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে এটা সুখবৰ। অচিৰেই বস্ত্ৰনগৰী শুৱালকুছিত নিৰ্মাণ হৈ উঠিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ষ্টেডিয়াম।

  • Share this:
ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে এটা সুখবৰ। অচিৰেই বস্ত্ৰনগৰী শুৱালকুছিত নিৰ্মাণ হৈ উঠিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন পূৰ্ণাংগ ষ্টেডিয়াম।

প্ৰায় ৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা ৰাজ্যৰ ক্ৰীড়া অনুৰাগীৰ বাবে এটা সুখবৰ। অচিৰেই বস্ত্ৰনগৰী শুৱালকুছিত নিৰ্মাণ হৈ উঠিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন পূৰ্ণাংগ ষ্টেডিয়াম। এই ষ্টেডিয়ামখনত থাকিব ৪০০ ৰীলে, ফুটবল খেলপথাৰৰ লগতে বিভিন্ন ধৰণৰ এথ’লেটিকচ কৰ্ট। ইয়াৰোপৰি ষ্টেডিয়ামখনৰ সৈতে সংলগ্ন হৈ থাকিব অত্যাধুনিক ছুইমিং পুল আৰু ইণ্ডোৰ ষ্টেডিয়াম। ইতিমধ্যে প্ৰায় ৭০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠা ষ্টেডিয়ামখন পৰিদৰ্শন কৰিবলৈ আজি মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ শুৱালকুছিত উপস্থিত হয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰা। মন্ত্ৰীগৰাকীয়ে নিৰ্মীয়মান ষ্টেডিয়ামখনৰ আন্তঃগাঠনি পৰ্য্যবেক্ষণ কৰাৰ লগতে অহা জানুৱাৰী মাহৰ ভিতৰত ষ্টেডিয়ামখন মুকলি কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে।

শেহতীয়া বাতৰি