• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ঘৰত বহি মাত্ৰ ৫ হাজাৰ টকাৰে আৰম্ভ কৰক এই ব্যৱসায়, প্ৰতিমাহত হ'ব আকৰ্ষণীয় উপাৰ্জন, জানি লওক কিদৰে কৰিব আৰম্ভ?

ঘৰত বহি মাত্ৰ ৫ হাজাৰ টকাৰে আৰম্ভ কৰক এই ব্যৱসায়, প্ৰতিমাহত হ'ব আকৰ্ষণীয় উপাৰ্জন, জানি লওক কিদৰে কৰিব আৰম্ভ?

Business Idea- আজি আপোনাক এনে এটা ব্যৱসায়ৰ বিষয়ে ক'বলৈ বিচাৰিছো, নূন্যতম মূল্যত আৰম্ভ কৰি ঘৰতে বহি কৰিব পাৰিব আকৰ্ষণীয় উপাৰ্জন।

Business Idea- আজি আপোনাক এনে এটা ব্যৱসায়ৰ বিষয়ে ক'বলৈ বিচাৰিছো, নূন্যতম মূল্যত আৰম্ভ কৰি ঘৰতে বহি কৰিব পাৰিব আকৰ্ষণীয় উপাৰ্জন।

Business Idea- আজি আপোনাক এনে এটা ব্যৱসায়ৰ বিষয়ে ক'বলৈ বিচাৰিছো, নূন্যতম মূল্যত আৰম্ভ কৰি ঘৰতে বহি কৰিব পাৰিব আকৰ্ষণীয় উপাৰ্জন।

  • Share this:
যদি আপুনি ঘৰত বহি ব্যৱসায় কৰাৰ কথা ভাবিছে, তেন্তে আছে এক বিশেষ আইডিয়া। আজি আপোনাক এনে এটা ব্যৱসায়ৰ বিষয়ে ক'বলৈ বিচাৰিছো, নূন্যতম মূল্যত আৰম্ভ কৰি ঘৰতে বহি কৰিব পাৰিব আকৰ্ষণীয় উপাৰ্জন। এই ব্যৱসায় হ'ল গিফট বাস্কেট বনোৱা ব্যৱসায়।

জনাই দিও যে, বৰ্তমান সময়ত বিভিন্ন স্পেচিয়েল অকেজনত বহুতে গিফট বাস্কেট ক্ৰয় কৰিব বিচাৰে। ইয়াৰ বাবে বেছি মূলধনৰো প্ৰয়োজন নহয়। যদি আপুনি এই কাম কৰিব বিচাৰে তেন্তে প্ৰতি মাহে ভাল উপাৰ্জন কৰিব পাৰিব।

জানি লওক, গিফট বাস্কেট প্ৰস্তুত কৰা ব্যৱসায়টো কি?

গিফট বাস্কেটৰ ব্যৱসায়ত বিভিন্ন ধৰণৰ গিফট দিবলৈ প্ৰস্তুত কৰা হয়। আপুনি গিফট বাস্কেট ঘৰতে বনাব পাৰে। আপুনি বেলেগ বেলেগ ধৰণৰ আৰু বেলেগ বেলেগ দামৰ হিচাপত গিফট বাস্কেট প্ৰস্তুত কৰিব পাৰে। আজিৰ সময়ত বহু কোম্পানীয়ে গিফট বাস্কেট বনোৱা কাম আৰম্ভ কৰিছে।

আজিৰ সময়ত বহুলোকে স্পেচিয়েল অকেজনত গিফট হিচাপে গিফট বাস্কেট দিবলৈ পচন্দ কৰে। সময়ৰ লগত গিফট পেকিঙৰ ফিল্ডত বহু পৰিৱৰ্তন আহিলে। গিফট বাস্কেটৰ চাহিদা প্ৰতিদিনাই বজাৰত বাঢ়িবলৈ ধৰিছে।

কিমান টকা বিনিয়োগ কৰিব লাগিব?

গিফট বাস্কেটৰ ব্যৱসায়ত আপুনি বহু কম কথা বিনিয়োগ কৰিব লাগে। ইয়াত আপুনি ৫ হাজাৰ টকাৰ পৰা ৮ হাজাৰ টকাৰ পৰা ভিতৰত ব্যৱসায় আৰম্ভ কৰিব পাৰে।

কিদৰে কৰিব মাৰ্কেটিংঃ

গিফট কাৰ্ডৰ ব্যৱসায়ৰ মাৰ্কেটিং কৰিবলৈ এক চেম্পল গিফট তৈয়াৰ কৰিব লাগিব। আৰু আপুনি ওচৰতত মাৰ্কেটৰ ডাঙৰ ডাঙৰ দোকানৰৰ সৈতে কথা পাতি গিফট বাস্কেট দেখুৱাব লাগিব। আপুনি বিচাৰিলে এটা অনলাইন ৱেবচাইটতো আপলোড কৰি অনলাইনৰ মাধ্যমেৰে বিক্ৰী কৰিব পাৰিব।
Published by:Himangshu Bhuyan
First published: