• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • IPL 2021ত অৱশেষত জয়ৰ মুখ দেখিলে হায়দৰাবাদে, উইলিয়ামছন-ৰয়ৰ দৰ্শনীয় বেটিং

IPL 2021ত অৱশেষত জয়ৰ মুখ দেখিলে হায়দৰাবাদে, উইলিয়ামছন-ৰয়ৰ দৰ্শনীয় বেটিং

IPL 2021: ৰাজস্থান ৰয়েলছে (RR) সঞ্জু ছেমছনৰ দৰ্শনীয় বেটিঙেৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ (SRH) সন্মুখত ১৬৫ ৰানৰ লক্ষ্য ৰাখে। প্ৰত্যুত্তৰত অপেনাৰ জেছন ৰয়ৰ বিস্ফোৰক ৬০ ৰান আৰু উইলিয়ামছনৰ ৫১ ৰানৰ সহায়ত ১৯তম অভাৰত বিজয়লক্ষ্যত উপনীত হয়। 

  • Share this:
IPL 2021ত অৱশেষত জয়ৰ মুখ দেখিলে হায়দৰাবাদে, উইলিয়ামছন-ৰয়ৰ দৰ্শনীয় বেটিঙৰ সুবাদতে জয়ৰ মুখ দেখিলে দলটোৱে।

প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে (RR) সঞ্জু ছেমছনৰ দৰ্শনীয় বেটিঙেৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ (SRH) সন্মুখত ১৬৫ ৰানৰ লক্ষ্য ৰাখে। প্ৰত্যুত্তৰত অপেনাৰ জেছন ৰয়ৰ বিস্ফোৰক ৬০ ৰান আৰু উইলিয়ামছনৰ ৫১ ৰানৰ সহায়ত ১৯তম অভাৰত বিজয়লক্ষ্যত উপনীত হয়।
Published by:Kokil Sarma
First published: