আত্মপ্ৰকাশতে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিলে অসম কন্যা যমুনা বড়োৱে

বিশ্ব বক্সিঙৰ ছেমি ফাইনেলত পৰাস্ত হ’ল যমুনা বড়ো

News18-Assam
Updated:October 12, 2019, 4:33 PM IST
আত্মপ্ৰকাশতে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিলে অসম কন্যা যমুনা বড়োৱে
বিশ্ব বক্সিঙৰ ছেমি ফাইনেলত পৰাস্ত হ’ল যমুনা বড়ো
News18-Assam
Updated: October 12, 2019, 4:33 PM IST
আজি অনুষ্ঠিত হোৱা বিশ্ব বক্সিঙৰ ছেমি ফাইনেল খেলত পৰাস্ত হ’ল অসম কণ্যা যমুনা বড়ো। খেলখনত প্ৰতিপক্ষ ‘Huang Hsiao’ ৰ হাতত পৰাস্ত হ’ল যমুনা বড়ো। পৰাস্ত হোৱাৰ পিছতো পদক নিশ্চিত হৈছে যমুনা বড়োৰ। আত্মপ্ৰকাশতে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিলে অসম কন্যা যমুনা বড়োৱে। ইফালে বিয়লি ৫.১৫বজাত লাভলিনা বৰগোহাঁইয়ে ভাগ ল’ব ছেমি ফাইনেলত।
আৰু চাওক পৰৱৰ্তী বাতৰি