ভাৰত–পাকিস্তানৰ খেলৰ পূৰ্বে জীভা ধোনীৰ সৈতে ওমলিলে ঋষভ পন্তে, চাওক ভিডিঅ’

News18-Assam
Updated:June 17, 2019, 12:36 PM IST
ভাৰত–পাকিস্তানৰ খেলৰ পূৰ্বে জীভা ধোনীৰ সৈতে ওমলিলে ঋষভ পন্তে, চাওক ভিডিঅ’
ভিডিঅ’ত ঋষভ পন্তৰ সৈতে একেলগে চিঞৰিছে জীভাই।

ভিডিঅ’ত ঋষভ পন্তৰ সৈতে একেলগে চিঞৰিছে জীভাই।

  • Share this:
ভাৰত–পাকিস্তানৰ খেল আৰম্ভ হ’বলৈ তেতিয়া কিছু সময় বাকী। খেলপথাৰত চলি আছিল প্ৰস্তুতি। সেই সময়তে ঋষভ পন্তক শিশুৰ সৈতে ওমলি থকা দেখা গ’ল। সেয়াই মহেন্দ্ৰ সিং ধোনীৰ কন্যা জীভা ধোনীৰ সৈতে। ভিডিঅ’ত ঋষভ পন্তৰ সৈতে একেলগে চিঞৰিছে জীভাই। উল্লেখযোগ্য যে ভাৰতীয় দলৰ অপেনাৰ শিখৰ ধৱনৰ আঘাতৰ পিছতে ইংলেণ্ডলৈ মতা হৈছিল ঋষভ পন্তক।



 





View this post on Instagram




 

Partners in crime 😈 @ziva_singh_dhoni


A post shared by Rishabh Pant (@rishabpant) on




First published: June 17, 2019, 12:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading