বিশ্বকাপ জয়ী কৰোৱা ভাৰতীয় দলৰ ক্ৰিকেটাৰক এবছৰৰ বাবে নিলম্বন, কাৰণ জানিলে আচৰিত হ’ব

News18 Assam | News18-Assam
Updated:January 2, 2020, 8:35 PM IST
বিশ্বকাপ জয়ী কৰোৱা ভাৰতীয় দলৰ ক্ৰিকেটাৰক এবছৰৰ বাবে নিলম্বন, কাৰণ জানিলে আচৰিত হ’ব
বিশ্বকাপত খেলিছিল দেশৰ হৈ দৰ্শনীয় ইনিংছ

বিশ্বকাপত খেলিছিল দেশৰ হৈ দৰ্শনীয় ইনিংছ

  • Share this:
বয়স ফাঁকিৰ অপৰাধত এবছৰৰ বাবে নিলম্বন কৰা হ’ল ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী খেলুৱৈ। বিগত বছৰ অনুষ্ঠিত ১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত শতকীয় ইনিংছেৰে ভাৰতীয় দলৰ বিজয়ত মুখ্য ভূমিকা লোৱা মনজোত কালৰাক বয়স ফাঁকিৰ অভিযোগত এবছৰৰ বাবে নিষেধাজ্ঞা প্ৰদান কৰিছে। ফলত এবছৰ কোনোধৰণৰ আন্তঃৰাষ্ট্ৰীয় খেলৰ লগতে ৰঞ্জী ট্ৰফীটো ভাগ ল’ব নোৱাৰিব মনজোতে।
আৰু চাওক
পৰৱৰ্তী বাতৰি