খেলো ইণ্ডিয়া য়ুথ গেম্ছত চাৰিটাকৈ স্বৰ্ণপদক দখল ত্ৰিপুৰাৰ প্ৰিয়ংকাৰ

News18 Assam | News18-Assam
Updated:January 11, 2020, 7:04 PM IST
খেলো ইণ্ডিয়া য়ুথ গেম্ছত চাৰিটাকৈ স্বৰ্ণপদক দখল ত্ৰিপুৰাৰ প্ৰিয়ংকাৰ
উল্লেখযোগ্য যে ত্ৰিপুৰাৰ মন্টু দেৱনাথ,কল্পনা দেৱনাথ আৰু দীপা কৰ্মকাৰে ইতিমধ্যে পূৰ্বোত্তৰৰ ৰাজ্যখনৰ পৰা অৰ্জুন বঁটা লাভ কৰিছে।

উল্লেখযোগ্য যে ত্ৰিপুৰাৰ মন্টু দেৱনাথ,কল্পনা দেৱনাথ আৰু দীপা কৰ্মকাৰে ইতিমধ্যে পূৰ্বোত্তৰৰ ৰাজ্যখনৰ পৰা অৰ্জুন বঁটা লাভ কৰিছে।

  • Share this:
ভাৰতবৰ্ষৰ জিনমাষ্টিকৰ মক্কা হ’ল ত্ৰিপুৰা। খেলো ইণ্ডিয়াৰ জৰিয়তে ত্ৰিপুৰাৰ নাম পুনৰবাৰ উজলালে প্ৰতিভাসম্পন্ন প্ৰিয়ংকা দাসগুপ্তাই। আগৰতলাৰ জীয়ৰী প্ৰিয়ংকাই গুৱাহাটীৰ চলিত ৰাষ্ট্ৰীয় খেলো ইণ্ডিয়া য়ুথ গেম্ছত চাৰিটা স্বৰ্ণপদক লাভেৰে অভিলেখ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে ত্ৰিপুৰাৰ মন্টু দেৱনাথ,কল্পনা দেৱনাথ আৰু দীপা কৰ্মকাৰে ইতিমধ্যে পূৰ্বোত্তৰৰ ৰাজ্যখনৰ পৰা অৰ্জুন বঁটা লাভ কৰিছে। সেয়ে তেওঁলোকক অনুসৰণ কৰিয়েই ২০২৪ৰ অলিম্পিকৰ পদকৰ সপোন দেখিছে প্ৰিয়ংকাই। অলিম্পিকৰ সপোন বাস্তৱত ৰূপায়ণ কৰাৰ বাবে নিতৌ প্ৰায় সাত ঘন্টা সময় অনুশীলন চলায় প্ৰিয়ংকাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি