গুৱাহাটীত অনুষ্ঠিত হ’ব IPL, মুঠ তিনিখন খেল হ’ব বৰ্ষাপাৰা ষ্টেডিয়ামত

News18-Assam
Updated:November 6, 2019, 3:56 PM IST
গুৱাহাটীত অনুষ্ঠিত হ’ব IPL, মুঠ তিনিখন খেল হ’ব বৰ্ষাপাৰা ষ্টেডিয়ামত
অচিৰেই বিচিচিআয়ে ঘোষণা কৰিব সূচী।

অচিৰেই বিচিচিআয়ে ঘোষণা কৰিব সূচী।

  • Share this:
গুৱাহাটীত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। আই পিএলৰ তিনিখন খেল অনুষ্ঠিত হ’ব বৰ্ষাপাৰা ষ্টেডিয়ামত। ৰাজস্থান ৰয়েলছে দুখন খেল খেলিব। আন এখন খেল হ’ব অন্য দলৰ। অচিৰেই বিচিচিআয়ে ঘোষণা কৰিব সূচী।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading