IPL ৰ ইতিহাসত প্ৰথমবাৰলৈ মহিলা ‘Massage Therapist’ নিযুক্তি দিলে কোহলীৰ নেতৃত্বাধীন ‘RCB’ এ

News18-Assam
Updated:October 20, 2019, 6:36 PM IST
IPL ৰ ইতিহাসত প্ৰথমবাৰলৈ মহিলা ‘Massage Therapist’ নিযুক্তি দিলে কোহলীৰ নেতৃত্বাধীন ‘RCB’ এ
IPL ৰ ইতিহাসত প্ৰথমবাৰলৈ মহিলা ‘Massage Therapist’ নিযুক্তি দিলে কোহলীৰ নেতৃত্বাধীন ‘RCB’ এ
News18-Assam
Updated: October 20, 2019, 6:36 PM IST
আইপিএলৰ ইতিহাসত প্ৰথমবাৰলৈ এগৰাকী মহিলা ‘Massage Therapist’ নিযুক্তি দিছে বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু চমুকৈ RCB এ। আইপিএলৰ আগন্তুক ১৩ তম সংস্কৰণত ‘Massage Therapist’ হিচাপে দলত থাকিব নৱনীতা গৌতম। আগন্তুক আইপিএলৰ সংস্কৰণত নৱনীতাই ইভান স্পিচলী আৰু শংকৰ বসুৰ সৈতে RCB ৰ ‘ Sports Massage Therapist’ ৰ দায়িত্বত থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি