খেলো ইণ্ডিয়াত অসমৰ হৈ প্ৰথমটো স্বৰ্ণপদক লাভ পূজা বসুমতাৰীৰ

News18 Assam | News18-Assam
Updated:January 13, 2020, 1:22 PM IST
খেলো ইণ্ডিয়াত অসমৰ হৈ প্ৰথমটো স্বৰ্ণপদক লাভ পূজা বসুমতাৰীৰ
অতি দুখীয়া পৰিয়ালৰ পূজাই মধ্য প্ৰদেশত থাকি নিতৌ তিনিটা সময় কঠোৰ অনুশীলন চলাইছিল। যথেষ্ট প্ৰতিভাৱান পূজাৰ লক্ষ্য হল ২০২৪ চনৰ অলিম্পিক গেমছ। উল্লেখযোগ্য যে পূজাৰ দেউতাকে ট্ৰাক চলাই আৰু মাকে দিন হাজিৰা কৰে।

  • Share this:
কাৰ্বি আংলঙৰ লাংহিনৰ জীয়ৰী পূজা বসুমতাৰীয়ে গুৱাহাটীত চলি থকা ৰাষ্ট্ৰীয় খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ হৈ প্ৰথমটো স্বৰ্ণপদক লাভ কৰি ইতিহাস সৃষ্টি কৰে। পল্টন বজাৰৰ ছাই ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত জুদোৰ ৫৭ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰে পূজা বসুমতাৰীয়ে। ফাইনেলত পূজাই ১-০ ব্যৱধানত পৰাস্ত কৰে উত্তৰাখণ্ডৰ খেলুৱৈক।

অতি দুখীয়া পৰিয়ালৰ পূজাই মধ্য প্ৰদেশত থাকি নিতৌ তিনিটা সময় কঠোৰ অনুশীলন চলাইছিল। যথেষ্ট প্ৰতিভাৱান পূজাৰ লক্ষ্য হল ২০২৪ চনৰ অলিম্পিক গেমছ। উল্লেখযোগ্য যে পূজাৰ দেউতাকে ট্ৰাক চলাই আৰু মাকে দিন হাজিৰা কৰে। আনহাতে অসমৰ আন গৰাকী জুদোকা ধৰিত্ৰী সোণোৱালে ৰূপৰ পদক লাভ কৰে।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading