• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৰিয়ানৰ চমক, বিচিচিআইৰ ছৈয়দ মুস্তাক আলী টী-২০ৰ প্ৰথমখন খেলত হায়দৰাবাদক বিৰুদ্ধে অসমৰ জয়

ৰিয়ানৰ চমক, বিচিচিআইৰ ছৈয়দ মুস্তাক আলী টী-২০ৰ প্ৰথমখন খেলত হায়দৰাবাদক বিৰুদ্ধে অসমৰ জয়

অসমৰ হৈ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগে সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰে।

অসমৰ হৈ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগে সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰে।

অসমৰ হৈ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগে সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰে।

  • Share this:
বিচিচিআইৰ ছৈয়দ মুস্তাক আলী টী-২০ৰ প্ৰথমখন খেলত হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ কৰে অসমে। কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত টী-২০  প্ৰতিযোগিতাখনত অসমে হায়দৰাবাদক ২ ৰানত পৰাজিত কৰে। ইডেনৰ উইকেটত অনুষ্ঠিত ছিজনৰ প্ৰথমখন খেলত অসমে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ১৫৯ ৰান সংগ্ৰহ কৰে। অসমৰ হৈ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগে সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত হায়দৰাবাদে ১৫৭ ৰানতে অল আউট হয়। অসমৰ অভিজ্ঞ পেছ বলাৰ প্ৰীতম দাসে ৩০ ৰানত ৩টা  আৰু অম্লানজ্যোতি দাসে ২৬ ৰানৰ বিনিময়ত ২টা উইকেট দখল কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়ায়।
Published by:Sanjay Kumar Das
First published: