বেটে–বলে আকৌ উজলিছে ৰিয়ান পৰাগ

News18-Assam
Updated:November 17, 2019, 6:41 PM IST
বেটে–বলে আকৌ উজলিছে ৰিয়ান পৰাগ
ৰাজস্থান ৰয়েলছৰ হৈ বিগত আই পি এলত চমকপ্ৰদ’ প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ান আকৌ এবাৰ বেটে বলে উজলি উঠিছে।

ৰাজস্থান ৰয়েলছৰ হৈ বিগত আই পি এলত চমকপ্ৰদ’ প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ান আকৌ এবাৰ বেটে বলে উজলি উঠিছে।

  • Share this:
ক্ৰিকেট ফিল্ডত আকৌ উজলি উঠিছে ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছৰ হৈ বিগত আই পি এলত চমকপ্ৰদ’ প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ানে আকৌ এবাৰ বেটে বলে উজলি উঠিছে। চলি থকা ছৈয়দ মুস্তাক আলী টি–২০ প্ৰতিযোগিতাত ৰিয়ানে খেলিলে গুৰুত্বপূৰ্ণ ইনিংছ। মুম্বাইৰ  ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মুম্বাই আৰু অসমৰ মাজত হোৱা মেচখনত ৰিয়ানে অসমৰ হৈ অতি মূল্যবান ৩৬ ৰানৰ বৰঙণি যোগোৱাৰ লগতে তিনিটা উইকেট দখল কৰে।

মেচখনত নিৰ্ধাৰিত ২০ অভাৰত মুম্বাইয়ে পাচঁ উইকেট হেৰুৱাই ২০৬ ৰাণ কৰাৰ বিপৰীতে অসমে মাত্ৰ ১২৩ ৰাণতে ইনিংছ সামৰি পৰাজয়বৰণ কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি