உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • এতিয়াই অৱসৰ নলয় মহেন্দ্ৰ সিং ধোনীয়ে, অৱসৰৰ পূৰ্বে সম্পূৰ্ণ কৰিব আধৰুৱা কাম

    এতিয়াই অৱসৰ নলয় মহেন্দ্ৰ সিং ধোনীয়ে, অৱসৰৰ পূৰ্বে সম্পূৰ্ণ কৰিব আধৰুৱা কাম

    ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত অংশ লোৱাৰ সিদ্ধান্তৰ পিছতে ধোনীয়ে অৱসৰ ল’ব বুলি সকলোৱে ধাৰণা কৰিছিল যে ধোনীয়ে অৱসৰ লোৱাটো প্ৰায় নিশ্চিত।

    • Share this:
      বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পিছতে মহেন্দ্ৰ সিং ধোনীৰ অৱসৰক লৈ চলিছিল ব্যাপক চৰ্চা। অধিনায়ক হৈ থকা সময়ত ২০১১ চনত ভাৰতক বিশ্বকাপ উপহাৰ দিয়া ধোনীয়ে ইংলেণ্ডত বিশ্বকাপ খেলাৰ পিছতে অৱসৰ ল’ব বুলি ধাৰণা কৰা হৈছিল।

      অৱশ্যে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত অংশ লোৱাৰ সিদ্ধান্তৰ পিছতে ধোনীয়ে অৱসৰ ল’ব বুলি সকলোৱে ধাৰণা কৰিছিল যে ধোনীয়ে অৱসৰ লোৱাটো প্ৰায় নিশ্চিত। কিন্তু টাইমছ অৱ ইণ্ডিয়াৰ খবৰ অনুসৰি ধোনীয়ে এতিয়া বিদায় নজনায় ক্ৰিকেটক। তাৰ পূৰ্বে ধোনীয়ে সম্পূৰ্ণ কৰিব নিজৰ কিছুমান আধৰুৱা কাম।

      আগষ্টৰ পৰা ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’বলগীয়া তিনিখনীয়া টি–২০ আৰু তিনিখনীয়া এদিনীয়া শৃংখলাত অংশ নলয় ধোনীয়ে। কিন্তু ইয়াৰ পিছত টীম ইণ্ডিয়ালৈ উভতিব ধোনী। ৱেষ্ট ইণ্ডিজত ধোনীৰ স্থানত দলত স্থান পাব পাৰে ঋষভ পন্ত বা দীনেশ কাৰ্তিকে।
      First published: