
কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেন ৰিজিজুৰ আছে অসমৰ সৈতে সুকীয়া সম্পৰ্ক।
কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেন ৰিজিজুৰ আছে অসমৰ সৈতে সুকীয়া সম্পৰ্ক।
কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেন ৰিজিজুৰ আছে অসমৰ সৈতে সুকীয়া সম্পৰ্ক। প্ৰায়ে অসমৰ বিভিন্ন অনুষ্ঠানত দেখা যায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক। আনকি অসম তথা উত্তৰ পূৱৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভতো সচেতন কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বুধবাৰে শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ভিডিঅ’।
অসমৰ বিশিষ্ট কণ্ঠশিল্পী দীপেন বৰুৱাৰ ছুপাৰহিট ‘এইখনি গাঁও বুকুৰ আপোন’ শীৰ্ষক গীত শুনি লাডাখৰ সৌন্দৰ্য উপভোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে যে, ‘AHDC ৰ বাবে লাডাখৰ লেহত কৰা শেষ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ। আমাৰ মৰমৰ শিল্পী দিপেন দাৰ ( দিপেন বৰুৱা) কণ্ঠৰ "এইখনি গাঁও.."-ৰ সুৰীয়া কণ্ঠই লাডাখৰ অনিৰ্বাচনীয় সোন্দৰ্যত একেকাৰ হৈ যোৱা এক স্বৰ্গীয় মূৰ্হুত!’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|