আজি নৰ্থ ইষ্ট ইউনাইটেড আৰু বাংগালুৰু এফ চিৰ খেলখনৰ বাবে পুৱা ৯ বজাৰ পৰা দিয়া হ’ব টিকট।
আজি নৰ্থ ইষ্ট ইউনাইটেড আৰু বাংগালুৰু এফ চিৰ খেলখনৰ বাবে পুৱা ৯ বজাৰ পৰা দিয়া হ’ব টিকট।
NEWS18ৰ বাতৰিৰ প্ৰভাৱ। বন্ধ ষ্টেডিয়ামত নহয়, সৰুসজাইত আজি অনুষ্ঠিত হ’বলগীয়া ISLৰ খেল উপভোগ কৰিব পাৰিব দৰ্শকে। পূৰ্বে সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি বন্ধ ষ্টেডিয়ামত খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল আয়োজকসকলে। NEWS18ত সম্প্ৰচাৰ হৈছিল এই বাতৰি। বাতৰিৰ পিছতে নিশা জিলা প্ৰশাসনৰ সৈতে বৈঠকত খেলখন দৰ্শকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
আজি নৰ্থ ইষ্ট ইউনাইটেড আৰু বাংগালুৰু এফ চিৰ খেলখনৰ বাবে পুৱা ৯ বজাৰ পৰা দিয়া হ’ব টিকট। সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব খেলখন। এই সিদ্ধান্তৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে ফুটবলপ্ৰেমীসকল।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|