হায়দৰাবাদ এফ চিৰ সৈতে চুক্তিবদ্ধ হ’ল অসমৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ হলিচৰণ নাৰ্জাৰী

হলিচৰণৰ উপৰিও আগন্তুক বৰ্ষৰ আই এছ এলত দেখা যাব অসমৰ বিনীত ৰায়, বাওৰিংদাও বডোছা, এলেন দেউৰী, প্ৰাঞ্জল ভূমিজ, নবীন ৰাভা, ৰাকেশ প্ৰধান, দিপু মিৰ্ধা সহিতে আন কেবাজনো ফুটবলাৰক।
হলিচৰণৰ উপৰিও আগন্তুক বৰ্ষৰ আই এছ এলত দেখা যাব অসমৰ বিনীত ৰায়, বাওৰিংদাও বডোছা, এলেন দেউৰী, প্ৰাঞ্জল ভূমিজ, নবীন ৰাভা, ৰাকেশ প্ৰধান, দিপু মিৰ্ধা সহিতে আন কেবাজনো ফুটবলাৰক।
- News18 Assam
- Last Updated: August 14, 2020, 11:12 AM IST
পূৰ্বে গোৱা এফ চি, নৰ্থ ইষ্ট ইউনাইটেড আৰু কেৰালা ব্লাষ্টাৰ্চ দলৰহৈ খেলা আই এছ এলৰ ফুটবলাৰ গৰাকীক দুবছৰৰ বাবে পাই উৎফুল্লিত ক্লাৱ কৰ্তৃপক্ষ। কোকৰাঝাৰৰ সুযোগ্য সন্তান ২৬ বছৰীয়া হলিচৰণেও আগন্তুক দুটা ছিজনত দক্ষতাৰে খেলিবলৈ সাজু হৈছে।
উল্লেখযোগ্য যে, ২০১০ চনৰ পৰাই হলিচৰণে ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰি আহিছে। হলিচৰণৰ উপৰিও আগন্তুক বৰ্ষৰ আই এছ এলত দেখা যাব অসমৰ বিনীত ৰায়, বাওৰিংদাও বডোছা, এলেন দেউৰী, প্ৰাঞ্জল ভূমিজ, নবীন ৰাভা, ৰাকেশ প্ৰধান, দিপু মিৰ্ধা সহিতে আন কেবাজনো ফুটবলাৰক।